যৌগিক বাক্য বা সংযুক্ত বাক্য (Compound Sentence)  কাক বোলে ? উদাহৰন দিয়া 

যৌগিক বাক্য বোলিলে কাক বোজাই ?উদাহৰন দিয়া | সংযুক্ত বাক্য (Compound Sentence) বোলিলে কাক বোজাই|

যৌগিক বাক্য বা সংযুক্ত বাক্য (Compound Sentence)  কাক বোলে ? উদাহৰন দিয়া 


Q.যৌগিক বাক্য বা সংযুক্ত বাক্য (Compound Sentence)  কাক বোলে ? উদাহৰন দিয়া 

Ans:- যৌগিক বা সংযুক্ত বাক্য (Compound Sentence):-এটাতকৈ অধিক সৰল বাক্য বা মিশ্র বাক্য কোনাে সংযােজক অব্যয়ৰদ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হ'লে সেই বাক্যক যৌগিক বাক্য বা সংযুক্ত বাক্য বােলে। যেনে:-

ৰমেন এজন ভাল ল’ৰা আৰু ৰাম এজন ভাল ল’ৰা।

তুমি যথেষ্ট কষ্ট কৰিলা কিন্তু সুখৰমুখ নেদেখিলা।

         ওপৰৰ প্রথম বাক্যটোত দুটা সৰল বাক্য আছে। যথাঃ (ক) ৰমেন এজন ভাল ল’ৰা’আৰু (খ) ৰাম এজন ভাল লৰা’’-এইদুটা সৰল বাক্য ‘আৰু’-এই সংযােজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতাে দুটা অংশ আছে আৰু ই 'কিন্তু' -এই সংযােজক পদটোৰদ্বাৰা সংযুক্ত হৈএটা যৌগিক বাক্যত পৰিণত হৈছে।

--------------------------------------------------

1. জটিল বাক্য বা মিশ্র  বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া