সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা
সমাস কাক বোলে | সমাস বোলিলে কি বোজা | সমাস কাক কোৱা হয় |
সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা |
সমাস (Compound Word)
Q. সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা
উওৰ:- পৰস্পৰ অৰ্থৰ সংগৰ্তি থকা পাৰস্পৰিক আৱশ্যকীয় অর্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হােৱাকেই সমাস (Compound Words) বােলে । চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।যেনে:-
বৰশী মৰা মাছ
দুই মাহৰ সমাহাৰ
কাল ৰূপ চক্ৰ
সমাসক মুঠতে ছয়টা ভাগত ভাগ কৰা হৈছে ।
(১)দ্বন্দ্ব সমাস
(২) দ্বিগু সমাস
(৩) বহুব্ৰীহিসমাস
(৪) কর্মধাৰয় সমাস
(৫)তৎপুৰুষ সমাসআৰু
(৬) অব্যয়ীভাব সমাস।
1 Comments
This comment has been removed by the author.
ReplyDeletePost a Comment