সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা

সমাস কাক বোলে | সমাস বোলিলে কি বোজা | সমাস কাক কোৱা হয় | 

সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা


সমাস (Compound Word)

Q. সমাস কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা

উওৰ:- পৰস্পৰ অৰ্থৰ সংগৰ্তি থকা পাৰস্পৰিক আৱশ্যকীয় অর্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হােৱাকেই সমাস (Compound Words) বােলে ।  চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।যেনে:-

বৰশী মৰা মাছ

দুই মাহৰ সমাহাৰ

কাল ৰূপ চক্ৰ

সমাসক মুঠতে ছয়টা ভাগত ভাগ কৰা হৈছে ।

(১)দ্বন্দ্ব সমাস

(২) দ্বিগু সমাস

(৩) বহুব্ৰীহিসমাস

(৪) কর্মধাৰয় সমাস

(৫)তৎপুৰুষ সমাসআৰু

(৬) অব্যয়ীভাব সমাস।