শব্দ বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া 

শব্দ বিভক্তি ( Case-endings ) কাক বোলে | শব্দ বিভক্তি ( Case-endings ) বুলিলে কি বুজা |

শব্দ বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া 


                      শব্দ-বিভক্তি
                   (Case-endings)

Q. শব্দ বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰন দিয়া 
Ans:- মনৰ ভাব প্রকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি ৰা সম্বন্ধ ৰাখি প্রাতিপদিকৰ পিছত কিছুমান
চিন (বর্ণ বা বর্ণ সমষ্টি) যােগ কৰি পদ কৰা হয়। সেই চিনবােৰকেই বা বর্ণ সমষ্টিকে শব্দ-বিভক্তি বুলি কোৱা হয় । শব্দ-বিভক্তি ৭টা ভাগত ভাগ কৰা হৈছে 
যেনে :-
(ক) প্রথমা বিভক্তি-এ (ই)
(খ) দ্বিতীয় বিভক্তি- ক,
(গ) তৃতীয় বিভক্তি- এৰে, এদি, (দ্বাৰা, দ্বাৰাই),
(ঘ) চতুর্থ বিভক্তি- লৈ,
(ঙ) পঞ্চমী বিভক্তি- ৰ (পৰা),
(চ) ষষ্ঠী বিভক্তি-ৰ,
(ছ) সপ্তমী বিভক্তি- ত, এ (পদ্যত পুৰণি অসমীয়াত)।
------------------------------------------------------

Q সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি  উদাহৰন দিয়া