দ্বিগু সমাস কাক বোলে উদাহৰন দিয়া 

দ্বিগু সমাস কাক বোলে | দ্বিগু সমাস বোলিলে কি বুজা উদাহৰন দিয়া | দ্বিগু সমাস বোলি কাক কোৱা হয় 

দ্বিগু সমাস কাক বোলে উদাহৰন দিয়া 


Q.দ্বিগু সমাস কাক বোলে উদাহৰন দিয়া 
Ans:- সংখ্যাবাচক পদ আগত বহিসমস্ত পদটোৱে একে জাতীয় বস্তুৰ সমষ্টিক বুজোৱা সমাসক দ্বিগু সমাস বােলে।
যেনে--
দুই মাহৰ সমাহৰ ---দোমাহী
পঞ্চনদীৰ সমাহাৰ  --- পঞ্চনদ
নৱ ৰত্নৰ সমাহাৰ -- নৱৰত্ন 
তিনি আলি (তিনিটা আলি যত লগ লাগিছে)
চাৰি আলি (চাৰিটা আলি যত লগ লাগিছে)
সাত বিহু- (সাতদিন ব্যাপি যি বিহু)
দোঘৰা (দুই ঘৰৰ মাজ)