কাল কাক বোলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি
কাল কাক বোলে উদাহৰন দিয়া | কাল বুলিলে কি বুজা | কাল tense কাক বোলে | tense কাক কোৱা হয় | tense কেই প্ৰকাৰৰ উদাহৰন দি বুজাই লিখা
কাল কাক বোলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি |
কাল (Tenses)
Q. কাল কাক বোলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি
Ans:- যি সময়ত ক্রিয়া হয়, তাকে ক্রিয়াৰ কাল বােলে। কাল তিনিটা ভাগত ভাগ কৰা হৈছে যেনে -
(ক) বর্তমান কাল
(খ) অতীত কাল আৰু
(গ) ভবিষ্যত কাল।
0 Comments
Post a Comment