কাল কাক বোলে ই কেই প্ৰকাৰৰ  ইয়াৰ ভাগ কেইটা আৰু কি কি 

কাল কাক বোলে উদাহৰন দিয়া | কাল বুলিলে কি বুজা | কাল tense কাক বোলে | tense কাক কোৱা হয় | tense কেই প্ৰকাৰৰ উদাহৰন দি বুজাই লিখা 

কাল কাক বোলে ই কেই প্ৰকাৰৰ  ইয়াৰ ভাগ কেইটা আৰু কি কি 


কাল (Tenses)

Q. কাল কাক বোলে ই কেই প্ৰকাৰৰ  ইয়াৰ ভাগ কেইটা আৰু কি কি 

Ans:-  যি সময়ত ক্রিয়া হয়, তাকে ক্রিয়াৰ কাল বােলে।  কাল তিনিটা ভাগত ভাগ কৰা হৈছে যেনে -

(ক) বর্তমান কাল

(খ) অতীত কাল আৰু 

(গ) ভবিষ্যত কাল।