সৰল বাক্য কাক বোলে ? উদাহৰন দিয়া | সৰল বাক্য বুলিলে কি বোজা আৰু উদাহৰন দিয়া ।

Q.সৰল বাক্য কাক বোলে ? উদাহৰন দিয়া | সৰল বাক্য বুলিলে কি বোজা আৰু উদাহৰন দিয়া ।

সৰল বাক্য কাক বোলে ? উদাহৰন দিয়া | সৰল বাক্য বুলিলে কি বোজা আৰু উদাহৰন দিয়া ।


Ans:-
(১)সৰল বাক্য(Simple Sentence):- যি বাক্যত এটাকর্তা আৰুএটা ক্রিয়া থকে তেনে বাক্যক সৰল বাক্য বােলে। যেনে:- 

সিহঁতে ক্রিকেট খেলে।

মইভাত খাওঁ।

উক্ত বাক্য দুটাত মই’আৰু সিহঁতে’পদ দুটা কর্তা বা উদ্দেশ্য। আনহাতে 'ভাত খাওঁ’আৰু ক্রিকেট খেলে’বিধেয়।ইয়াৰখাওঁআৰু খেলে’ পদ দুটি ক্রিয়া।অর্থাৎ দুয়ােটা বাক্যই এটা এটাকৈ কর্তা আৰু এটা এটাকৈ ক্রিয়া বহন কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। 

উদাহৰণ:-

ৰামে কিতাপ পঢ়ি আছে।

কবিতাই ছবি আঁকিছে।

আমি সময়মতে পঢ়ো।

সিহঁতে বল খেলিছে।

------------------------------------------------

2.বিভক্তি কাক বোলে |  উদাহৰন দিয়া  ই কেইপ্ৰকাৰৰ আৰু কি কি  ?