খাদ্যশৃংখল কি | খাদ্যশৃংখল  কাক বোলে উদাহৰণেৰে সৈতে বুজাই লিখা।

খাদ্যশৃংখল কি | উদাহৰণেৰে সৈতে বুজাই লিখা | খাদ্যশৃংখল বোলিলে কি বুজা | খাদ্যশৃংখল কাক বোলে উদাহৰন দিয়া |

খাদ্যশৃংখল কি | খাদ্যশৃংখল  কাক বোলে উদাহৰণেৰে সৈতে বুজাই লিখা।


Q.খাদ্যশৃংখল কি | খাদ্যশৃংখল  কাক বোলে উদাহৰণেৰে সৈতে বুজাই লিখা।
উত্তৰ:- পৰিস্থিতি তন্ত্ৰৰ প্ৰতিটো প্রাণীয়ে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। যি প্রক্রিয়াৰে জীৱ প্রজাতি শৰীৰ গঠনৰ বাবে প্রয়ােজনীয় শক্তি খাদ্যৰ যােগেদি উদ্ভিদৰ পৰা তৃণভােজীৰ মাংস ভােজী প্রাণীলৈ প্রবাহিত হয় সেই প্রক্রিয়াক খাদ্য শৃংখল বােলে।

উদাহৰণ :-  ঘাঁহনি | শহাপহু| শেনচৰাই। ।
ঘাঁহনি | হৰিণ | নাহৰফুটুকী বাঘ।