তদ্ধিত প্ৰত্যয় কাক বোলে উদাহৰন দিয়া 

তদ্ধিত প্ৰত্যয় বুলিলে কি বুজা উদাহৰন দিয়া | তদ্ধিত প্ৰত্যয় বুলি কাক কোৱা হয় | তদ্ধিত প্ৰত্যয় বুলি আমি কি বুজো উদাহৰন দি বুজাই লিখা 

তদ্ধিত প্ৰত্যয় কাক বোলে উদাহৰন দিয়া 


Q.তদ্ধিত প্ৰত্যয় কাক বোলে উদাহৰন দিয়া 
Ans:- প্রাতিপদিকৰ পিছত বেলেগ বেলেগ অর্থত যিবােৰ প্রত্যয় যােগ কৰি নতুন শব্দ গঠন কৰা হয়, সেই প্রত্যয়সমূহকেই তদ্ধিত প্রত্যয় বােলে। 
যেনে --
(ক)ধান + অনি --ধাননি
(খ)লগ + অৰি --লগৰী
(গ)ভাও + অৰীয়া --ভাৱৰীয়া
(ঘ)আগ + অতীয়া---আগতীয়া
(ঙ)তেজ +আল --তেজাল
(চ)গাওঁ+অলীয়া -- গাওঁলীয়া