সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি  উদাহৰন দিয়া 

সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি | সন্ধি বুলিলে কি বুজা উদাহৰন দিয়া | সন্ধি বুলিলে আমি কি বুজো 
সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি  উদাহৰন দিয়া 

Q. সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি
Ans:- ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয়টোৰআদি বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় ।

যেনে:- 
১} পট + অন্তৰ ---পটন্তৰ
২} শক+অব্দ-----শকাব্দ
৩} ধর্ম +অৱলম্বী------ধর্মাৱলম্বী।
ওপৰৰ উদাহৰণ কেইটাক দেখা পাওঁ যে ‘পট’শব্দটি দুটাশব্দ যথা -‘পট’ আৰু অৰ’ মিলি হৈছে সেইদৰে শকাব্দ’আৰু ধর্মাবলম্বী’শব্দ দুটা ক্রমে শক’ আৰু ‘অব্দ’আৰু ধর্ম’আৰু অৱলম্বী’ শব্দ কেইটা লগলাগি হৈছে এনেদৰে দুটা শব্দ লগলাগি এটা শব্দ হোৱাকে সন্ধি’ বুলি কোৱা হয়

সন্ধি তিনিটা ভাগত ভাগ কৰা হৈছে 
যেনে :-
(১) স্বৰ সন্ধি (ইয়াক ইংৰাজীত Conjunction of Vowels বুলি কোৱা হয় । )
(২) ব্যঞ্জন সন্ধি (ইয়াক ইংৰাজীত Conjunction of Consonants বুলি কোৱা হয় ) আৰু
(৩) বিসর্গসন্ধি (ইয়াক ইংৰাজীত Conjunction of Bisharga in Vowels orCon-sonants বুলি কোৱা হয় )