প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি

প্ৰত্যয় কাক বোলে উদাহৰন দিয়া |  ইয়াৰ ভাগ কেইটা আৰু কি কি | প্ৰত্যয় বুলিলে কি বুজা | উদাহৰন দিয়া | 
প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি



Q/ প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি ?
উওৰ:-  প্রকৃতি বা মূলৰ লগত বিভিন্ন অর্থত যিবােৰ বর্ণ বা বর্ণ সমষ্টি যােগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্রত্যয় বােলে।

প্রত্যয় চাৰিবিধ:- (ক) কৃৎ প্রত্যয় (Primary Suffixes) (খ) তদ্ধিত প্রত্যয়
(Secondary Suffixes)
(গ) স্ত্রী প্রত্যয় (Feminine Suffixes) আৰু 
(ঘ) বিভক্তি।