দ্বন্দ্ব সমাস কাক বােলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি উদাহৰণ দিয়া

দ্বন্দ্ব সমাস কাক বােলে ই কেই প্ৰকাৰৰ | দ্বন্দ্ব সমাস কাক বােলে উদাহৰণ দিয়া | দ্বন্দ্ব সমাস কাক বােলে ইয়াৰ ভাগ | দ্বন্দ্ব সমাস কাক বােলে | দ্বন্দ্ব সমাস কাক বােলে এটা উদাহৰণ

দ্বন্দ্ব সমাস কাক বােলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি উদাহৰণ দিয়া


Q.দ্বন্দ্ব সমাস কাক বােলে ই কেই প্ৰকাৰৰ ইয়াৰ ভাগ কেইটা আৰু কি কি উদাহৰণ দিয়া

দুটা বা তাতোধিক সংজ্ঞা পদলগ হৈ পদবােৰৰ অর্থপ্রধানভাবে থকা সমাসকে দ্বন্দ্ব সমাস বােলে। দ্বন্দ্ব শব্দইদুটা সংজ্ঞা (বিশেষ্য) পদৰ সংযােগ সাধনক বুজায়।যেনে:- 

শিক্ষকআৰু শিক্ষয়িত্রী = শিক্ষক-শিক্ষয়িত্রী

গছ আৰু লতা -- গলছলটা 

মাকআৰুবাপেক্ষ ---  মাক-বাপেক।

দ্বন্দ্ব সমাসক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে - 

(ক)ইতৰেতৰদ্বন্দ্ব সমাস

(খ) সমাহাৰদ্বন্দ্ব সমাস 

(গ)একশেষদ্বন্দ্ব সমাস।

(1) ইতৰেতৰদ্বন্দ্ব সমাস

 যি দ্বন্দ্ব সমাসৰ সমস্তপদ সমস্যমান পদবােৰৰ অৰ্থ স্পষ্ট হৈ থাকে বা অর্থ প্রধানভাৱে থাকে তাকেই ইতৰেতৰ দ্বন্দ্ব সমাস বােলি কোৱা হয় ।যেনে-

আজি আৰু কালি -- আজিকালি ।

ভাই আৰু ভনি -- ভাইভনি ।

(2) সমাহাৰ দ্বন্দ্ব সমাস:- সমস্ত পদে সমস্যমান পদৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টিগত অর্থপ্রকাশ কৰা দ্বন্দ্ব সমাসক সমাহাৰ দ্বন্দ্ব সমাস বােলে। যেনে--

ঘৰৰআম -- কঁঠাল

ঘৰৰ কাঁহী -- বাটি

নামৰ মাহ--চাউল।

 (3).একশেষদ্বন্দ্ব সমাস:- যি দ্বন্দ্ব সমাসত ব্যস্তপদবােৰৰ ভিতৰত কেৱল প্রথম ব্যস্তপদটোহে বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। বাকী ব্যস্তপদবােৰ লােপ পায়, তাকেই একশেষ দ্বন্দ্ব বােলে। যেনে:- 

ৰাম,ৰহিম,হৰি--ৰামাহঁত