বিভক্তি কাক বোলে |  উদাহৰন দিয়া  ই কেইপ্ৰকাৰৰ আৰু কি কি  

বিভক্তি বোলিলে কি বোজা | বিভক্তি কাক কোৱা হয় |বিভক্তি ভাগ কেইটা আৰু কি কি উদাহৰন দি বোজাই লিখা 

বিভক্তি কাক বোলে |  উদাহৰন দিয়া ই কেইপ্ৰকাৰৰ আৰু কি কি  


Q/ বিভক্তি কাক বোলে |  উদাহৰন দিয়া  ই কেইপ্ৰকাৰৰ আৰু কি কি ? 

উওৰ :-  প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ
গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়। ই দুবিধ 

(১) শব্দ বা নাম  বিভক্তি আৰু 
(২) ক্রিয়া বিভক্তি।

(১) নাম বিভক্তি :- প্রাতিপাদিকৰ লগত যিবােৰ বিভক্তি যােগ হৈ বাক্যত স্থান নির্ণয় কৰে,
পদবােৰৰ পাৰস্পৰিক অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবােৰেই নাম বিভূক্তি। কাৰক
নির্ণয় কৰে বাবে কাৰক বিভক্তিও বুলি কোৱা হয় । 
.

(২) ধাতুৰ  বিভক্তি বা ক্রিয়া বিভক্তি
 :-  ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবােৰ চিন ব্যৱহাৰ হৈ ভাব প্রকাশ কৰে তাকেই ক্রিয়া বিভক্তি কোৱা হয়।
যেনে--
নিত্য বর্তমান কালত বিভিন্ন পুৰুষ- কৰ্‌ ধাতু

তই কৰ            তহঁতে কৰ
তুমি কাৰাঁ        তােমালােকে কৰাঁ
সি কৰে            সিহঁতে কৰে।
মই কৰোঁ         আমি কৰোঁ।
-------------------------------------------