বিভক্তি কাক বোলে | উদাহৰন দিয়া ই কেইপ্ৰকাৰৰ আৰু কি কি
বিভক্তি বোলিলে কি বোজা | বিভক্তি কাক কোৱা হয় |বিভক্তি ভাগ কেইটা আৰু কি কি উদাহৰন দি বোজাই লিখা
বিভক্তি কাক বোলে | উদাহৰন দিয়া ই কেইপ্ৰকাৰৰ আৰু কি কি |
Q/ বিভক্তি কাক বোলে | উদাহৰন দিয়া ই কেইপ্ৰকাৰৰ আৰু কি কি ?
উওৰ :- প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ
গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়। ই দুবিধ
(১) শব্দ বা নাম বিভক্তি আৰু
(২) ক্রিয়া বিভক্তি।
(১) নাম বিভক্তি :- প্রাতিপাদিকৰ লগত যিবােৰ বিভক্তি যােগ হৈ বাক্যত স্থান নির্ণয় কৰে,
পদবােৰৰ পাৰস্পৰিক অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবােৰেই নাম বিভূক্তি। কাৰক
নির্ণয় কৰে বাবে কাৰক বিভক্তিও বুলি কোৱা হয় ।
.
(২) ধাতুৰ বিভক্তি বা ক্রিয়া বিভক্তি
:- ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবােৰ চিন ব্যৱহাৰ হৈ ভাব প্রকাশ কৰে তাকেই ক্রিয়া বিভক্তি কোৱা হয়।
যেনে--
নিত্য বর্তমান কালত বিভিন্ন পুৰুষ- কৰ্ ধাতু
তই কৰ তহঁতে কৰ
তুমি কাৰাঁ তােমালােকে কৰাঁ
সি কৰে সিহঁতে কৰে।
মই কৰোঁ আমি কৰোঁ।
-------------------------------------------
6 Comments
Thanks
ReplyDeleteThank you
Deleteফাক ইউ
ReplyDeleteUuuuuu
Deleteফোক ইএনএইচসিআৰ
ReplyDeleteThanks Good
ReplyDeletePost a Comment