প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি
প্ৰত্যয় কাক বোলে উদাহৰন দিয়া | ইয়াৰ ভাগ কেইটা আৰু কি কি | প্ৰত্যয় বুলিলে কি বুজা | উদাহৰন দিয়া |
![]() |
প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি |
Q/ প্ৰত্যয় কাক বোলে ইয়াৰ ভাগ কেইটা আৰু কি কি ?
উওৰ:- প্রকৃতি বা মূলৰ লগত বিভিন্ন অর্থত যিবােৰ বর্ণ বা বর্ণ সমষ্টি যােগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্রত্যয় বােলে।
প্রত্যয় চাৰিবিধ:- (ক) কৃৎ প্রত্যয় (Primary Suffixes) (খ) তদ্ধিত প্রত্যয়
(Secondary Suffixes)
(গ) স্ত্রী প্রত্যয় (Feminine Suffixes) আৰু
(ঘ) বিভক্তি।
--------------------------------------------------
1. জটিল বাক্য বা মিশ্র বাক্য (Complex Sentence) কাক বোলে উদাহৰন দিয়া
3 Comments
ভাল লাগিল
ReplyDeleteAssamese Garmer r aru question ans dibo sun
ReplyDeleteঅসমীয়া অলংকাৰ আঙঠি
ReplyDeleteঅসমীয়া অলংকাৰ গলপতা
অসমীয়া অলংকাৰ ঢোলবিৰি
Post a Comment