কৃৎ প্রত্যয় কাক বোলে |  উদাহৰন দিয়া 

কৃৎ প্রত্যয় বুলিলে কি বুজা উদাহৰন দিয়া | কৃৎ প্রত্যয়  | 
কৃৎ প্রত্যয় কাক কোৱা হয় | উদাহৰন দিয়া | 


কৃৎ প্রত্যয় কাক বোলে |  উদাহৰন দিয়া 



Q/ কৃৎ প্রত্যয় (Primary Suffixes) কাক বোলে ? উদাহৰন দিয়া ।
উওৰ :-  ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবােৰ প্রত্যয় যােগ হৈ কৃদন্ত পদ গঠিত হয়, সেই প্রত্যয়বােৰক কৃৎ প্রত্যয় বােলে।  যেনে --
চল্‌ + অন্ত = চলন্ত, দা + ণক্‌ = দায়ক, হন্ + ণ্‌ক = ঘাতক, ভিদ্‌ + অল= ভেদ  , ভুজ + অনীয়া = ভােজনীয়া, বাচ + অনি =বাচনি কৰ্‌ + ওঁতা = কৰোঁতা,  বিচ্ + অনী = বিচনী, ইত্যাদি।