কৃৎ প্রত্যয় বুলিলে কি বুজা উদাহৰন দিয়া | কৃৎ প্রত্যয় |
কৃৎ প্রত্যয় কাক কোৱা হয় | উদাহৰন দিয়া |
কৃৎ প্রত্যয় কাক বোলে | উদাহৰন দিয়া |
Q/ কৃৎ প্রত্যয় (Primary Suffixes) কাক বোলে ? উদাহৰন দিয়া ।
উওৰ :- ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবােৰ প্রত্যয় যােগ হৈ কৃদন্ত পদ গঠিত হয়, সেই প্রত্যয়বােৰক কৃৎ প্রত্যয় বােলে। যেনে --
চল্ + অন্ত = চলন্ত, দা + ণক্ = দায়ক, হন্ + ণ্ক = ঘাতক, ভিদ্ + অল= ভেদ , ভুজ + অনীয়া = ভােজনীয়া, বাচ + অনি =বাচনি কৰ্ + ওঁতা = কৰোঁতা, বিচ্ + অনী = বিচনী, ইত্যাদি।
3 Comments
This comment has been removed by the author.
ReplyDeleteThis comment has been removed by the author.
DeleteCheck Now
ReplyDeletePost a Comment