অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation 

নমস্কাৰ বন্ধু বান্ধৱী  আৰু ছাএ ছাএী সকল অজি আপোনালোকৰ মাজলৈ এনেকোৱা Sentense ( বাক্য ) কেইতামান লৈ আহিছো যিবোৰ সদাই ব্যৱহাৰ হৈ থাকে । আশা কৰো আপোনালোকক এই Sentense কেইতাই অলপ হলেও সহায় কৰিব ধন্যবাদ । 


অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation 





অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation 
               সংকেত  
  SIGNALS ( ছিগনেলচ )  



1. নকলৰ পৰা সাৱধান।  
Beware of imitation. 

2. ভিক্ষা কৰা এটা অপৰাধ। 
Begging is a crime. 

3. সম্মুখত ৰাস্তা বন্ধ।
Road blocked ahead 

4. বিনানুমতিত প্ৰৱেশ নিষেধ। 
No admission withoutpermission. 

5. ইয়াত গাড়ী ৰখা নিষেধ 
No parking here. 

6. সাৱধান, ৰাস্তাত কাম চলি আছে। 
Be careful road is under repair, 

7. পাত আৰু ফুলবােৰ নিছিঙিবা। 
Do not pluck leaves and flowers. 

8. কুকুৰৰ পৰা সাৱধান | 
Beware of dogs. 

9. জেপলুৰুকাৰ পৰা সাৱধান। 
Beware of pickpocketers.

10. ৰাস্তাৰ ওপৰত নেখেলিবা। 
Do not ply on the road. 

11. Do not walk on grass. 
ঘাঁহৰ ওপৰত খােজ নেকাঢ়িবা ।

12. Do not board the running bus.
চলন্ত বাছত নুঠিবা।

13. Slow driving safe driving. 
লাহে লাহে চলােৱা মানে নিৰাপদে চলােৱা।

14. Slow drive long life.
লাহে চলােৱা দীর্ঘ জীৱন পােৱা।

15. No bill sticking.
জাননী লগােৱা নিষেধ।

16. No spit. 
থু নেপেলাব।

17. Use me.
মোক ব্যৱহাৰ কৰা

18. Horn please.
অনুগ্ৰহ কৰি হৰ্ণ বজোৱা।

19. Help us to help you.
আমাক সহায় কৰক আপােনালােকক সহায়
কৰিবলৈ।


অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation 
  SOME USEFUL SENTENSE  


1. I have lunch at 2.
দুপৰীয়া মই ২ বজাত ভাত খাওঁ

2. Have lunch here.
ভাত খাই যাবা দিয়া। (দুপৰীয়া)

3. Wait, have a cup of tea.
ৰবা, চাহ একাপ খাই যােৱা।

4. No, thanks.
নাই, নালাগে দিয়ক।

5. I've just had. (I've = I have)
মই এইমাত্র (নাইবা অলপ আগতে) খাইছাে।

6. Are you angry ?
তােমাৰ খং উঠিছে নেকি?

7. Not at all.
নাই, নাই। (একেবাৰে উঠা নাই)

8. Sorry, I'm late.
Sorry, মােৰ দেৰি হ’ল।

9. Are you alone?
অকলে আছা নেকি?

10. I'm hungry.
মােৰ ভােক লাগিছে।

11. I'm thirsty .
মােৰ পিয়াহ লাগিছে।

18. Im sleepy.
মােৰ টোপনি আহিছে।

19. He's tired.
তাৰ ভাগৰ লাগিছে।

20. I'm very tired.
মােৰ বৰ ভাগৰ লাগিছে।

21. He's sad.
তাৰ দুখ লাগিছে।

22.  I'm happy to hear your news.
তােমাৰ খবৰটো পাই মােৰ ভাল লাগিছে।

23. Which is mine ?
কোনটো মােৰ ?

24. Whose name is Raju ?
কাৰ নাম ৰাজু ?

25. Whose pen has been lost?
কাৰ কলম হেৰাইছে?

26. Whose car shall I go by ?
মই কাৰ গাড়ীৰে যাম?

27. Whose father has come ?
কাৰ দেউতাক আহিছে?

28. Whose bike are you riding ?
তুমি কাৰ bike চলাই আছা ?

29. Where are you going ?
কলৈ যােৱা ? (যাবলৈ ওলাইছা নাইবা গৈ আছা)

30. This is the house where he lived.
এইটো ঘৰতেই সি আছিল। (বাস কৰিছিল)

31. Where do you live ?
তুমি ক’ত থাকা ?

32. Where's my pen ? (where's = where is)
মােৰ কলমটো কত ?

34. Where shall I go ?
মই ক'লৈ যাম?

35. Where can I get a good hotel ?
ভাল হােটেল এখন ক’ত পাম বাৰু?

36. How do you know ?
তুমি কেনেকৈ জানা ?

37. How's your father ? (how's = how is)
তােমাৰ দেউতাৰা কেনে আছে?

38. How can I ?
মই কেনেকৈ পাৰিম?

39. How can it be possible ?
এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে?

40. How do you like Guwahati ?
গুৱাহাটীখন তােমাৰ কেনে লাগে (নাইবা লাগিছে)?

41. How will you go ?
তুমি কেনেকৈ যাবা?

42. How big is Guwahati ?
গুৱাহাটীখন কিমান ডাঙৰ?

43. It's not a matter of joke to get IAS.
IAS পােৱাটো ধেমালি নহয় । মুখৰ কথা নহয়।

44. Do you eat chicken very often ?
তুমি খুউব ঘনাই chicken খােৱা নেকি?

45. I've come meaninglessly.
মই মিছামিছিকৈ আহিলাে।

46. What do you usually do in the evening ?
সন্ধিয়া সাধাৰণতে তুমি কি কৰা ?

47. The food was as usual.
খাদ্যবিলাক গতানুগতিক ধৰণৰ আছিল।

48. Which place do you like the best ?
তুমি কোনখন ঠাই আটাইতকৈ ভাল পােৱা ?

49. I don't like his monkey-like face.
মই তাৰ বান্দৰৰ নিচিনা মুখখন ভাল নাপাওঁ।

50. Who broke the glass ?
গিলাচটো কোনে ভাঙিছিল?

51. Who plays cricket ?
ক্রিকেট কোনে খেলে ?

52. Who's crying ? (who's = who is)
কোনে কান্দি আছে?

53. Who's your father ?
তােমাৰ দেউতাৰা কোন?

54. Who's come ? (who's = who has)
কোন আহিছে ?

55. Who hasn't come ?
কোন অহা নাই?

56. Who was with you ?
তােমাৰ লগত কোন আছিল ?

57. Who was that boy with you ?
তােমালগত সেইটো কোন ল’ৰা আছিল ?

58 Who was at night?
ৰাতি কোন আছিল ?

59 Who was shouting last night ?
যােৱাৰাতি কোনে চিঞৰি আছিল ?

60. Who will go with you ?
তােমাৰ লগত কোন যাব?

61. Whom will you go with ? / with whom will you go?
তুমি জৰ লগত যাবা ?

62. Who will be coming every day?
প্রতিদিনে কোন আহি থাকিব?

63. What do you think?
তুমি কি ভাবা ?

64.I will go after 9.30.
মই চাৰে ন বজাৰ পিছত যাম।

65. Whom are you talking about ?
কাৰ কথা পাতি আছা ?

66. Whom do you love best?
তুমি আটাইতকৈ কাক ভাল পােৱা ?

67. What's the problem?
সমস্যাটো কি?

68. What happened to you?
তােমাৰ কি হৈছিল ?

69. Most of them are boys.
তেওঁলােকৰ বেছিভাগেই ল’ৰা।

70. Most of my students are good.
মােৰ বেছিভাগ ছাত্র-ছাত্রীয়েই ভাল।

71. The medicine works very fast.
দৰৱটোৱে খুউব সােনকালে কাম কৰে।

72. The medicine is not working.
দৰৱটোৱে কাম কৰা নাই।

73. The pen doesn't write well.
কলমটোৰে ভালকৈ লিখা নাযায়।

74. Water mixed milk.
পানী মিহলােৱা গাখীৰ।

75. Newly married couple.
নতুনকৈ বিয়া হােৱা দম্পতী।

76. Half boiled egg.
আধা সিজোৱা কণী।

77. Wall hanged calendar.
বেৰত আঁৰি থােৱা কেলেণ্ডাৰ।

78. Polished shoes.
পালিছ কৰা জোতা।

79. Don't talk while you are eating.
খােৱাৰ সময়ত কথা নাপাতি।


অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation 

  প্ৰায় ব্যৱহাৰ হৈ থকা বাক্য  


1. কি কৰি আছা ?
What are you doing?

2. মই পঢ়ি আছে।
I'm reading.

3. সেইটো মই জানাে।
I know that

4. কিন্তু তুমি কি পঢ়ি আছা ?
But what are you reading?

5. মই এখন চিঠি পঢ়ি আছাে।
I'm reading a letter.

6. তুমি কাৰ চিঠি পঢ়ি আছা ?
Whose letter are you reading?

7. এইখন মােৰ বন্ধুৰ চিঠি।
This is my friend's letter.

8. তােমাৰ বন্ধু ক’ত থাকে?
Where does your friend live?

9. তেওঁ আমেৰিকাত থাকে।
He lives in America.

10. তেওঁ তাত কিয় থাকে?
Why does he live there?

11. তেওঁ ইঞ্জিনীয়াৰ।
He's an engineer.

12. তেওঁ তাত কাম কৰে।
He works there.

13. তেওঁ বিবাহিত নেকি?
Is he married?

14. তেওঁৰ বিয়া হােৱা নাই।

15. কোন আহিছিল ?
Who came?

16. কোনাে অহা নাছিল।
Nobody came.

17. সকলাে আহিছিল।
Everybody came.

18. সকলাে আহিছিল নেকি?
Did everybody come?

19. তুমি কেতিয়া ঘূৰি আহিলা? (আহিছিলা)
When did you come back?

20. তুমি অকলে গৈছিলা নেকি?
Did you go alone?

21. মই অকলে যােৱা নাছিলাে।
I didn't go alone.

22. মই দেউতাৰ লগত গৈছিলাে।
I went with my father.

23. তুমি কেনেকৈ গৈছিল ?
How did you go?

24. কোনাে অহা নাছিল নেকি?
Did nobody come?

25. তুমি আহিছিলা নে নাই?
Did you come or not?

26 মই অহা নাছিলাে।
I didn't come.

27. তুমি কেলেই অহা নাছিলা?
Why didn't you come?

28. সি তােমাক নিমন্ত্রণ কৰা নাছিল নেকি?
Didn't he invite you?

29. সি মােক নিমন্ত্রণ কৰিছিল।
He invited me.

30. মই তেজপুৰলৈ গৈছিলাে।
I went to Tezpur.

31. তুমি তেজপুৰলৈ কেলেই গৈছিলা ?
Why did you go to Tezpur?

32. মই মাহীক লগ কৰিবলৈ গৈছিলাে।
I went to meet my aunt.

33. মই বাছেৰে গৈছিলাে।
I went by bus.

অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Assamese to English Translation