এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 




এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 



এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 

(1) যি জন সাহিত্যত সম্রাট --- সাহিত্য সম্রাট।
(2) যি জন কর্মত বীৰৰ তুল্য --- কর্মবীৰ।
(3) যি আনৰ অধীন নযহ --- স্বাধীন।
(4) যিজনে আনৰ ভাল দেখিব নােৱাৰে --- চকু-চৰহা, 
(5) যি আনৰ অধীন ---  পৰাধীন।
(6) যি আনৰ বস্তু বলেৰেকাঢ়ি লয় ---  ডকাইত।
(7) যি লােকে বিশ্বাস ৰাখিব নােৱাৰে --- অবিশ্বাসী।
(8)যিমাটিৰ উৎপাদিকা শক্তিনাই --- অনুৰ্বৰা।
(9) ঘাঁহেৰে ভৰাঠাই ---  ঘাঁহনি।
(10) যি মাটিত সাৰনাই --- অসাৰুৱা।
(11) যিকথাৰ অৰ্থনাই --- অর্থহীন, নির্থক।
(12) খাবলৈ অনা কল পুলি ---  পচলা।
(13) কলেৰে ভৰা ঠাই ---- কলনি।
(14) যিমানুহে দেশক ভালা পায় -- দেশপ্রেমিক।
(15) যি মানুহ দেশভক্ত --- দেশভক্ত।
(16) যি দুয়ােটা চকুৰে দেখা নাপায় --- অন্ধ
(17)কাণেৰে নুশুনামানুহ --- কলা।
(18) যি তিৰােতাইকাপােৰ বব জানে --- শিপিনী।
(19) যি মাগি খায --- মগনীয়াৰ।
(20) গৰু বন্ধা ঠাই ---- গােহালি।
(21) মহবন্ধা ঠাই ---- খুঁটি।
(22) যি দীর্ঘকালজীয়াই থাকে ---  দীর্ঘজীৱি।
(23) গােটেইজীৱন জুৰি ---- আজীৱন।
(24)যি নিজৰ ওপৰত নিৰ্ভৰশীল --- স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
(25) যাক সহজতে লাভ কৰিব নােৱাৰি --- দুর্লভ।
(26) নােহােৱাবস্তু উদ্ভাৱন কৰােতা ---আৱিষ্কাৰক, উদ্ভাৱক।
(27) যাৰ বল আছে ---  বলী।
(28) যি আনৰ মুখলৈ বাট চাই থাকে  --- পৰমুখাপেক্ষী।
(29) যি পথৰ পৰা বিচলিত হৈছে --- পথভ্রষ্ট।
(30) যি দেশৰ বাবে মৃত্যু বৰণ কৰে --- শ্বহীদ।
(31) যি জন্তু ঘৰত পােহহয়  --- পােহনীয়া।
(32) এক ঠাইতে থিতাপি নথকা মানুহ --- অঘৰী।
(33) যি অতিশয় দীঘলনহয়--- নাতিদীর্ঘ।
(34) যি জুইত পুৰি নাযায় দাহনহয় --- অদাহ্য।
(35) যি আগেয়ে শুনা নাই ---- অশ্রুতপূর্ব।
(36) যি পৰৰ ওপৰত নিৰ্ভৰশীল ---  পৰনিৰ্ভৰশীল।
(37) যি বস্তু দিব পৰা নাযায় ---- অদেয়।
(38) যিকথা জানা নযায় ---- অজ্ঞাত, অজানিত।
(39) যিসহজতেলাভকবিৰ পাৰি --- সহজলব্য, সুলভ 
(40) যি ঘটনা আগেয়ে ঘটা নাই ---- অভূতপূর্ব।
(41) যি চিঠিবিলায় ---- পিয়ন।
(42) যিজনে বিয়া কৰােৱা নাই--- আবিয়ৈ, অবিবাহিত।
(43) ঘৰত থকা জন্তু --- ঘৰচীয়া।
(44) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে --- কৃতজ্ঞ।
(45) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে--- কৃতঘ্ন, অকৃতজ্ঞ।
(46) যি কষ্টসহিব পাৰে ---- কষ্টসহিষ্ণু।
(47) যি ঈশ্বৰকবিশ্বাস নকৰে --- নাস্তিক।
(48) যি ঈশ্বৰক বিশ্বাস কৰে --- আস্তিক।
(49) যি পৰৰ ঠাইত বাস কৰে ---প্রবাসী।
(50) চেলেকি খােৱা বস্তু ---- লেহ্য

এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 

(51) যাক সহজে ভেদ কৰিব নােৱাৰি --- দুর্ভেদ্য।
(52) পি খােৱা বস্তু ---- পেয়।
(53) যি গুণীৰ গুণ বুজিব পাৰে--- গুণগ্রাহী।

(54) বিহু আগদিনা --- উৰুকা।
(55) বটা সৰিয়হৰে কৰা চাটনি --- কাহুঁদী।
(56) সাহ আছে যাৰ----সাহসী, সাহসিয়াল।
(57)লােকৰ পৰা পােৱানিন্দা --- লােকনিন্দা।
(58) লােকক দেখি পিছে পিছে যােৱা-- অনুসৰণ।
(59) লােকক দেখি পাছত যি কৰা হয় ----অনুকৰণ।
(60) যি এটা চকুৰে নেদেখে---কণা।
(61) যাৰ পিতৃ-মাতৃ দুয়াে মৰিছে---- ঘাট-মাউৰা।
(62) যত বহুতাে ল’ৰা-ছােৱালী পঢ়ে---বিদ্যালয়, পঢ়াশালি।
(63) যি ঠাই অতি ঠাণ্ডাও নহয় গৰমােনহয় ---- নাতিশীতােষ্ণ।
(64) স্বামী থকা তিৰােতা----আয়তী, সধবা।
(65) একে সময়তে হােৱা----সমসাময়িক।
(66)এবাৰ গুটি লাগিমৰা গছ--- ওষধি।
(67) যি বিদেশৰ পৰা আহে ---- বিদেশী।
(68) ঠেং নােহােৱা ভেকুলী পােৱালি --- লালুকী।
(69) মাটিৰ নিচেইসৰু টেকেলি --- ভুৰুকা।
(70) আনৰ দোষ দেখা স্বভাৱ----  অসূয়া।
(71) খাৰণি মৰা সৰিয়হগুৰি--- খাঁৰলি, বেহুৱা।
(72)একে মাকৰ সন্তান --- সােদৰ, সহােদৰ।
(73) যি মাতৃৰ মাত্ৰ এটাহে সন্তান--- কাকবন্ধা।
(74) যি অনুষ্ঠান শৰৎ কালত হয়-- শাৰদীয়।
(75) যি মিছা কথা কয় --- মিছলীয়া
(76) যিকর্তব্য স্থিৰ কৰিব নােৱাৰে----হতবুদ্ধি, কিংকর্তব্যবিমূঢ়।
(78) যিনিজক নিজে পণ্ডিত বুলি ভাবে--- পণ্ডিতমন্য।
(79) যি পুৰুষৰ ঘৈনীয়েক মৰিছে---- বৰলা, বিপত্নীক।
(80) মেলত যি পাৰ্গত---মেলেকী।
(81) যিতিৰােতাৰ স্বামী মৰিছে----বাঁৰী, বিধৱা ।
(82) যি ইন্দ্রিয় জয় কৰিব পাৰে---জিতেন্দ্রিয়।
(83)মাটিৰেযিনির্মিত---মৃন্ময়।
(84) যি সঁচা কথা কয়---সত্যবাদী।
(85) গধূলি চকুৰে যি নেদেখে----কুকুৰীকণা।
(86) যাৰ একোৱেইনাই---নিঃস্ব, অকিঞ্চন।
(87) যাৰ নাম ৰাতিপুৱাইস্মৰণ কৰা উচিত--- প্রাতঃস্মৰণীয়।
(88) যি সহজতে জীণ নাযায় ও দুষ্পাচ্য, গুৰুপাকী।
(89) যি তিৰােতাইধান ৰােৱে--- ৰােৱনী।
(90) যি তিৰােতাইধান ধায় ---- দাৱনী।
(91) যাক সহজে বুজিব পৰা যায় --- সহজবােধ্য।
(92) যাক বুজিব পাৰি---বােধগম্য।
(93) যি যন্ত্ৰৰ সহায়ত হাতেৰে সূতা কটা হয়--- যঁতৰ।
(94) হঠাতে হােৱা ঘটনা ---- আকস্মিক ।

(95) যি ঠাই অতি কষ্টেৰে লংঘন কৰা যায় ---- দুর্লংঘ।
(96) যাক লংঘন কৰিব নােৱাৰি---অলংঘ্যনীয়।
(97) বৰষুণ নােহােৱা বতৰ---খৰাং।
(98) বনত থকা জন্তু বা বস্তু ----বনৰীয়া।
(99) ৰং আছে য'ত ---  ৰঙালী।
(100) জুইৰখা ঠাই--- জুহাল।
(101) সােণৰ দৰে বৰণ যাৰ--- সােণালী, সােণােৱালী।
(102) ৰূপৰ দৰে বৰণ যাৰ---ৰূপালী, ৰূপােৱালী।

এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 

(103) ভােগ আছেয'ত --- ভােগালী।
(104) ৰন্ধা-ৰা কৰাঠাই---ৰান্ধনি-শাল।
(105) যি একে গােত্ৰৰ--- সগােত্র।
(106) যি নিয়মমতে খৰচ নকৰে---অমিতব্যয়ী।
(107) জন্তুৰ নিচিনা--জান্তৱ
(108) যি নানা অভাৱত থাকে ---অভাৱগ্রস্ত, অভাৱী।
(109) যি অলপতে শুনে----শহাকণীয়া।
(110) ধান থােৱা ঘৰ--- ভঁৰাল।
(111) যি যােগৰ পৰা ভ্রষ্ট হৈছে---যােগভ্রষ্ট।
(112) যি অলপতে ভয় খায় ---- ভয়াতুৰ।
(113) যি মাছ-মাংস নাখায় --- নিৰামিষাহাৰী।
(114) যি মাছ-মাংস খায় --- আমিষাহাৰী।
(115) যি ধন খৰচ নকৰে----কৃপণ।
(116) য'ত বহুত মানুহ বাস কৰে --- জনবহুল।
(117) যাৰ মূৰত চুলি নাই---- তপা।
(118) যি মৰাে মৰাে অৱস্থা হৈছে----মুমূৰ্ষ
(119) যাৰ কথাৰ সাঁচ নাই---লপা।
(120) যি কথা বিশ্বাস কৰিব নােৱাৰি---অবিশ্বাস্য।
(121) মিহি নােহােৱা আধাখুন্দা গুড়ি-----খৰচি
(122) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য --- খৰিচা।
(123) পনীয়া গাখীৰ দিয়া গাই----জলাহী।
(124) নাম নিদিয়াকৈ দিয়া চিঠি ---- বেনামী।
(125) যাৰ নাম নাই---অনামী।
(126) যাৰ পূর্বজন্মৰ কথা মনত আছে--- জাতিস্মৰ ।
(127) যি মাটি ফুটি ওলায় -- উদ্ভিদ।
(128) যলৈ যােৱা কষ্টসাধ্য --- দুর্গম।
(129) যি অনাই-বনাই ঘূৰি ফুৰে --- যাযাবৰ।
(130) যি সমাপ্ত হােৱা নাই--- অসমাপ্ত।
(131) য'ত কোনাে মানুহনাই---- জনশূন্য।
(132) যি নিজৰ পেটলৈহেচিন্তা কৰে---- আপােনপেটীয়া, স্বার্থপৰ।
(133) যি শক্তিক উপাসনা কৰে----শাক্ত।
(134) যাৰ ওচৰত গােচৰতৰে ---পদকীয়া।
(135) যি বিষ্ণুক উপাসনা কৰে---বৈষ্ণৱ।
(136) যি সহ্য কৰিব পাৰে----সহিষ্ণু
(137) যি গােচৰতৰে--- গােচৰীয়া।
(138) যি নিয়ম মতে খৰচ কৰে----মিতব্যয়ী।
(139) যাৰ আশ্রয়নাই----নিৰাশ্রয়া।
(140) যাৰ সীমা আছে বা যি সীমাবদ্ধ --- সসীম।
(141) যাৰ অন্তনাই---- অনন্ত।
(142) যাৰ আগমন আহ্বান কৰা হয়--- স্বাগত।
(143) যাক বধ কৰা অনুচিত --- অবধ্য।
(144) একজন গুৰুৰ শিষ্য ---সতীর্থ, হৰিভকত।
(145) কোনাে কথাৰ নিশ্চয়কৰিবলৈ পঠোৱা মানুহ ---সঁজাতী।

(146) যিকণীৰ পৰা জন্মে ----অণ্ডজ।
(147) যি একেলগে পঢ়ে----- সহপাঠী।
(148)যি একো নাজানে---- অজ্ঞ।
(148) যি ভাষাত পাৰ্গত-----ভাষাবিধ।
(150)যি শিৱক উপাসনা কৰে----- শৈৱ।
(151) যি কাৰো পক্ষৰ বা ফলীয়া নহয় --নিৰপেক্ষ।
(152) মাগিলেও ভিক্ষা নােপােৱা সময় -- দুর্ভিক্ষ।

এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese 

(153) যিটোসুধিবলগীয়া--- জিজ্ঞাস্য।।
(154) যাক মূল্য দি কিনিব নােৱাৰি---অমূল্য।
(155) যি জানিব খােজে বা জানিবলৈ আগ্রহী--- জিজ্ঞাসু।
(156) যাক বর্ণনাকৰিব নােৱাৰি---অবর্ণনীয়।
(157) যাৰ আদিনাই----অনাদি।
(158) যাক নিবাৰণকৰিব নােৱাৰি ---অনিবার্য।
(159) যাৰ ধৰ্মলৈ ভয় আছে----ধর্মভীৰু
(160) যি পৰিণাম চিন্তা কৰিকাম কৰে--- পৰিণামদর্শী।
(161) যাক সহজে ভাঙিব পাৰি---ভংগুৰ।
(162) যি কোনাে কাম কৰিব নােৱাৰে--- অকর্মণ্য,অসাঁঠন।
(163) যিকথা কোৱা উচিত নহয় -- অকথনীয়, অকথ্য।
(164) যি বিধি সম্মত ---- বৈধ।
(165)যি বিধি সম্মত নহয় --- অবৈধ।
(166) দৰ্মহা নােলােৱাকৈ কৰা কাম--- অবৈতনিক।
(167) প্রাণক পণকৰি----প্রাণপণে।
(168) চোবাই খােৱা যি বস্তু ---- চৰ্ব্য
169) যাৰ বিবেচনা শক্তিনাই---অবিবেচক।
(170) যি নিশাহে চৰে--- নিশাচৰ।
(171) যাক কল্পনা কৰিব নােৱাৰি---কাল্পতীত, অকল্পনীয় ।
(172) বধ কৰিবৰ ইচ্ছা----জিঘাংসা।
(173) যাক পৰিত্যাগকৰিব নােৱাৰি---অপৰিহাৰ্য,
(174) যি ক্ষয় হ’বলৈ ধৰিছে---ক্ষয়িষ্ণু।
(175) যি ভৱিষ্যত চিন্তা কৰিব পাৰে----দূৰদৰ্শী।
(176)যি ভৱিষ্যত চিন্তা কৰিব নােৱাৰে---- অদূৰদৰ্শী।
(177) যি বাঢ়িবলৈ ধৰিছে---- বর্ধিষ্ণু।
(178) যাৰ সকলাে বস্তু আঁটাকৈ আছে---- আটন্তুিয়াৰ।
(179) যাৰ ঋণ আছে---- ঋণী।
(180) এটা সন্তান হােৱাৰ পৰা আন এটা হােৱালৈ সময়--- আনজ।
(181) যাৰ হাত আঁঠুৰ তললৈকে পৰা---- আজানুলম্বিত।
(182) যাৰ মৰণ নাই--- অমৰ।
(183) কোনাে কার্যকৰিবলৈ স্থিৰ কৰা-- কৃতসংকল্প।
(184) যি নিজে নিজে হয় ----স্বয়ম্ভু।
(185) কাৰােনামনধৰাকৈ পৰা গালি----গুৱাল-গালি।
(186) যাৰ ধাৰ আছে--- ধৰুৱা।
(187) যাৰআত্মা মহান---- মহাত্মা।
(188) কাঁহৰ বাচন সাজোতা -----কঁহাৰ।
(189) মাটিৰ বাচন গঢ়োতা----কমাৰ।
(190) পানী আৰু বাম উভয়েত চৰা জীৱ ----- উভচৰ।
(191) যাক দমন কৰিব নােৱাৰি-----অদমনীয়।
(192) যিবিপ্লৱ কৰে---- বিপ্লৱী।
(193) যি গাড়ী চলায় ---- গাড়ােৱান।
(194) যি ধর্ম প্রচাৰ কৰে----ধর্মপ্রচার্ক।
(195) সােণৰ অলংকাৰগঢ়োতা---- সােণাৰী।
(196) গছত উঠিবলৈ ব্যৱহাৰ কৰা সঁজুলি----- জখলা।
(197) কথাক’ব নােৱাৰা---- মুক।
(198) পুৰণি বস্তু সংগ্রহকৰিৰখা ঠাই----- সংগ্রহালয়।
(199) শাৰীৰিক আৰু মানসিকভাবে বাধাপ্রাপ্ত লােক -----প্রতিবন্ধী।
200) যি দুইহাত সমানে চলাব পাৰে--- সব্যসাচী।
(201) যি আনফালে মন দিয়ে --- অন্যমনস্ক।
(202) যাক বধ কৰা উচিত-----বধ্য।
(203) গাৱঁৰ মুৰব্বী----- গাওঁবুঢ়া।
(204) নাও চলােৱা লােক ----- নাৱৰীয়া।
(205) বাটেদি যােৱা লােক ---- বাটৰুৱা।
(206) যি ততালিকে বুদ্ধি উলিয়াব পাৰে ----- প্রত্যুতপন্নমতি।

এটা শব্দত প্ৰকাশ কৰা | One word substitution in Assamese