অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 

অসমীয়া সাধাৰন জ্ঞান কুইজ 2021| Assamese Gk Quiz 2021 | অসম কুইজ 2021 | অসমীয়া কুইজ | Assamese quiz | অসম কুইজ অসমীয়াত | অসমীয়া নতুন কুইজ | Assam History in Assamese  Gk Quiz | অসম ইতিহাস কুইজ | অসমীয়া বিশ্ব কুইজ 2021 | অসমীয়া ভূগোল কুইজ 2021 | অসমীয়া কুইজ 2021 | Assamese gk Quiz 2021 | পৰিৱেশ কুইজ । বিহু কইজ | বিজ্ঞান কুইজ | Assam Geography Gk in Assamese Quiz | Science Gk Quiz in assamese | গণিতৰ কুইজ অসমীয়াত | অসম বুৰঞ্জীৰ কুইজ |   

  

অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 



অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 

   বহুবিকল্পী প্রশ্নোত্তৰ (অসমৰ ইতিহাস)  

   PART-I   



1. প্রাচীন কামৰূপৰ বৰ্মণ বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল—

(a) পুষ্যবর্মণ

(b) ভূতি বর্মণ

(c) ভাস্কৰ বর্মণ

(d) কুমাৰ বৰ্মণ

Ans: (a)পুষ্যবর্মণ


2. প্রাচীন অসমৰ বৰ্মণ বংশই ৰাজত্ব কৰিছিল—

(a) 350 AD - 650 AD

(b) 150 AD - 650 AD

(c) 650 AD - 1228 AD

(d) 700 AD - 1200 AD

Ans: (a)


3. বর্মণ বংশৰ কোনজন ৰজা গুপ্ত সাম্রাজ্যৰ সম্রাট সমুদ্রগুপ্তৰ সমসাময়িক আছিল—

(a) পুষ্য বর্মণ

(b) ভূতি বর্মণ

(c) ভাস্কৰ বর্মণ

(d) কুমাৰ বৰ্মণ

Ans: (a)পুষ্যবর্মণ


4. বর্মণ বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কুটনৈতিক সম্পর্ক আছিল—

(a)চীন

(b) জাপান

(c) নেপাল 

(d) ভূটান

Ans: (a)চীন


5. বর্মণ বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ নামত অসমত ক’ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে—

(a) নলবাৰী

(b) কামৰূপে

(c) ধুবুৰী

(d) তেজপুৰ

Ans: (a)নলবাৰী


6. কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বৰ্মণৰ

ৰাজত্বকালত অসমলৈ আহিছিল—

(a) হিউৱেন চাং

(b) ফাংহিয়েন

(c) মাওচেতুং

(d) হােচিমিন

Ans: (a)হিউৱেন চাং


7. কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বর্মণ

ৰাজত্বকালত অসমলৈ আহিছিল--

(a) হিউৱেনbচাং 

(b) ফাহিয়েন

(c) মাও চেতুং

(d) হােচিমিন

Ans: (a)হিউৱেন চাং


8.  শুদ্ধ ঐতিহাসিক ক্ৰমটো হ'ল

(a) বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ

(b) পাল বংশ-ম্লেছ বংশ-বর্মণ বংশ

(c) বর্মণ বংশ-পাল বংশ-শ্লেছ বংশ

(d) ওপৰৰ এটাও নহয়।

Ans: (a)বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ


9. পুৰণি অসমত ম্লেছবংশৰ প্ৰতিষ্ঠাপক ৰজা হ'ল—

(a) শালস্তম্ভ 

(b) নৰকাসুৰ

(c) মল্লদেৱ 

(d) মহামানিক্য

Ans: (a) শালস্তম্ভ


10. ম্লেছবংশৰ ৰজাসকলৰ ৰাজধানী আছিল বর্তমানৰ 

(a) তেজপুৰ

(b) গুৱাহাটী

(c) দৰং

(d) চৰাইদেউ

Ans: (a) তেজপুৰ


11. প্রাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা

(a) ব্ৰহ্মপাল 

(b) ৰত্নপাল

(c) ধর্মপাল

(d) হর্ষপাল।

Ans: (a)ব্ৰহ্মপাল


12. পাল বংশৰ স্থাপত্য কলাৰ নিদর্শন অসমৰ কোন ঠাইত পােৱা যায় ?

(a) মদন ৰামদেৱ মন্দিৰ

(b) কামাখ্যা মন্দিৰ

(c) গড়গাঁও প্রাসাদ

(d) তলাতল ঘৰ

Ans: (a)মদন ৰামদেৱ মন্দিৰ


13. প্রাচনী কামৰূপৰ বৰ্মণ বংশৰ ৰজাসকল

আছিল ! 

(a) হিন্দু ধর্মী

(b) বৌদ্ধধর্মী

(c) অসুৰ ধর্মী

(d) একেশ্বৰবাদী

Ans: (a)হিন্দু ধর্মী


14. পাল বংশ ৰজাসকলে অসমত ৰাজত্ব কৰিছিল—

(a) 900 AD-1100 AD

(b) 600 AD-1228 AD

(c) 1228 AD-1826 AD

(d) 900 AD-1228 AD

Ans: (a)


15. ৰিঅ'অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা

সােণৰ পদক লাভ কৰিছিল—

(ক) দুহেজাৰটা

(খ) এহেজাৰটা

উত্তৰ ঃ (খ) এহেজাৰটা।


16. ২০১৬ চনত ৰিঅ’অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল--

(ক) ছাইনা নেহৱাল 

(খ) এম চি মেৰী কম

(গ) পি ভি সিন্ধু 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ ঃ (গ) পি ভি সিন্ধু।


17. ভাৰতৰ সর্বোচ্চ ক্রীড়া সন্মানটো কি আছিল—

(ক) পদ্মশ্রী

(খ) অর্জুন বঁটা

(গ) ৰাজীৱ গান্ধী খেলৰ বঁটা

(ঘ) অসামৰিক সন্মান

উত্তৰ ঃ (গ) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা।


18.  ভাৰতীয় ক্রিকেট ‘এ’ দললৈ নির্বাচিত প্রথম

অসমীয়া খেলুৱৈগৰাকীৰ নাম কি আছিল

(ক) শচীন তেণ্ডুলকাৰ 

(খ) জাভেদ জামান

(গ) মহম্মদ আজহাৰ 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ ঃ (খ) জাভেদ জামান।


19. প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল—

(ক) ১৯৮০ চনত 

(খ) ১৯৮৩ চনত

(গ) ১৯৯৫ চনত 

(ঘ) ১৯৩৫ চনত

উত্তৰ : (ঘ) ১৯৩৫ চনত


20. ভাৰতীয় স্কুল ক্রিকেট দলত স্থান পােৱা অসমৰ খেলুৱৈগৰাকীৰ নাম কি আছিল—

(ক) আবু নেচিম আহমেদ

(খ) মাধুর্যপ্রসাদ বৰুৱা

(গ) ৰাহুল দ্রাবিড়

 (ঘ) মনীশ পাণ্ডে

উত্তৰ ঃ (খ) মাধুর্যপ্রসাদ বৰুৱা।


21. ৩৩তম ৰাষ্ট্রীয় ক্রীড়াত অসমে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল—

(ক) ১৪০ টা

(খ) ১৪২ টা

(গ) ১৪৮ টা 

(ঘ) ১৩০ টা

উত্তৰঃ (গ) ১৪৮ টা।



অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 

    অসমৰ সর্বপ্রথম ব্যক্তিসকল   

   First in Assam   


1. সর্ব প্রথম স্নাতক

Ans:- আনন্দ ৰাম বৰুৱা।


2. সর্বপ্রথম আৰু এতিয়ালৈকে একমাত্র দাদাচা ফাল্কে বঁটা বিজয়ী

Ans:- ড° ভূপেন হাজৰিকা


3. সর্বপ্রথম কথাছবি পৰিচালক

Ans:- প্রমথেশ বৰুৱা


4. সর্বপ্রথম অসমীয়া ৰাষ্ট্রপতি

Ans:- ফখৰুদ্দিন আলী আহমেদ।


5. সর্বপ্রথম গদ্য লিখক

Ans:- ভট্টদেৱ


6. সর্বপ্রথম বােলছবি

Ans:- জয়মতী (জ্যোতিপ্ৰসাদ আগৰৱালা)।


7. সর্বপ্রথম বুৰঞ্জী লিখক

Ans:-  হলিৰাম ঢেকিয়াল ফুকন।


8. সর্বপ্রথম চাহ খেতিয়ক

 মণিৰাম দেৱান।


9. সর্বপ্রথম নাট্যকাৰ 

Ans:- ব্রজ শর্মা।


10. সর্বপ্রথম দেশৰ কাৰণে প্রাণ দিওঁতা

Ans:- পিয়লী ফুকন।


11. সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি

Ans:- দেৱকান্ত বৰুৱা


12. সর্বপ্রথম মহিলা মহকুমাধিপতি

Ans:-  শুচিব্ৰ্ৰতা ৰায়চৌধুৰী।


অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 

   অসম বুৰঞ্জীৰ কেইটামান   উল্লেখযােগ্য   ঘটনা   

খ্রীষ্টাব্দ  বিশেষ ঘটনা


 ৫৯৪ : ভাস্কৰ বৰ্মন কামৰূপৰ (তাহানিৰ অসমৰ ৰজা হয় ! 

৬২৯ : চীনা পৰিব্রাজক হিউৱেন চাওৰ অসম আগমন।

১২০৬:  মুছলমানৰ প্ৰথম অসম আক্রমণ।

১২৫৩ : চৰাইদেউত প্রথম আহােমৰ ৰাজধানী স্থাপন।

১৪৪০ : শেন বংশৰ প্রতিষ্ঠা।

১৪৪৯ : মহাপুৰুষ শংকৰদেৱৰ জন্ম। (অক্টোবৰ)

১৫১৫ : কোঁচ ৰাজ্যৰ প্রতিষ্ঠা।

১৫৩৯ : গড়গাঁৱত আহােমৰ ৰাজধানী স্থাপন।

১৫৪৮ : অসমত ডাঙৰ ভূমিকম্প।

১৬৬২ : মীৰ জুমলাৰ অসম আক্রমণ।

১৬৬৭ :  লাচিত বৰফুকনৰ নেতৃত্বত মােগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ড উদ্ধাৰ।

১৬৭১ : শৰাইঘাটৰ আক্রমণ।

১৬৮১ : মােগল আৰু আহােমৰ মাজত ইটাখুলিৰ

ৰণ।

১৬৯৪ : উমানন্দ মন্দিৰৰ প্ৰতিষ্ঠা।

১৭৬৯ : মােৱামৰীয়াৰ প্রথম বিদ্রোহ।

১৭৮২ : মােৱামৰীয়াৰ দ্বিতীয় বিদ্রোহ।

১৭৮৬ : মােৱামৰীয়াৰ তৃতীয় বিদ্রোহ।

১৭৯৪ :যােৰহাটত আহােমৰ ৰাজধানী প্রতিষ্ঠা।

১৮১৫ : মানৰ প্রথম আক্রমণ।

১৮১৯ : মানৰ দ্বিতীয় আক্রমণ।

১৮২১ : মানৰ তৃতীয় আক্রমণ।

১৮২৩ : অসমত চাহৰ আৱিষ্কাৰ।

১৮২৫ : অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ।

১৮২৬ : ইয়াণ্ডাবু সন্ধি (২৪ ফেব্ৰুৱাৰী)।


   বিশ্ব আৰু ভাৰতীয় অৰ্থনীতি    


1. ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো ?

(a) এক্সিছ বেংক

(b) এইচ ডি এফ চি বেংক

(c) বন্ধন বেংক

(d) য়েছ বেংক

উত্তৰ ঃ (b)


23. ভাৰতীয় জীৱন বীমা নিগম (LICI) কেতিয়া গঠন

কৰা হৈছিল—

(a) 1951

(b) 1956

(c) 1960

(d) 1890

উত্তৰ ঃ (b)1956


24. বােম্বে ষ্টক এক্সচেঞ্জ (BSE) কেতিয়া স্থাপন

হৈছিল—

(a) 1948

(b) 1875

(c) 1960

(d) 1991

উত্তৰ ঃ (b)1875


25. S.E.B.I. কেতিয়া গঠন কৰা হৈছিল—

(a) 1955

(b) 1992

(c) 1991

(d) 1951

উত্তৰ ঃ (b)1992


26. S.E.B.Iৰ সম্পূর্ণ নাম কি ?

(a) Standard Exchanbe Board of India

(b) Securities and Exchange Board of

India

(C) Stock Exchange Board of India

(d) Stock and Equities Bureau of India.

উত্তৰ ঃ (b)


অসমীয়া কুইজ 2021 | Assamese Gk Quiz 2021 

  বহু বিকল্পধর্মী প্রশ্নোত্তৰ বিজ্ঞান বিষয়ক    



1. বৈদ্যুতিক আধন(current)ৰ S.I. একক কি ?

(a) জুল

(b)এম্পিয়াৰ

(c) কেলভিন

(d) যােল

উত্তৰ ঃ (b)এম্পিয়াৰ


2. তাপৰ S.I, একক কি—

(a) আর্গ

(b) কেলভিন

(c) ফাৰেনহাইট

(d) চেলছিয়াছ

উত্তৰ ঃ (b)কেলভিন


3. শক্তিৰ SI একক কি

(a) কেলভিন

(b) জুল

(c) নিউটন

(d) কি.গ্রা.

উত্তৰ ঃ (b)জুল


4. বল(Force)ৰ SI. একক কি

(a) জুল

(b)নিউটন

(c) মি./ ছেকেণ্ড

(d)কেলভিন

উত্তৰ ঃ (b)নিউটন


5. কম্পনাংকৰ SI একক কি—

(a) নিউটন

(b) মি./ ছেকেণ্ড

(c) হার্টজ

(d) মােল

উত্তৰ ঃ (c)হার্টজ


6. ক্ষমতা(Power)ৰ S.I. একক কি—

(a)হার্টজ

(b) ৱাট

(c) জুল

(d) নিউটন

উত্তৰ ঃ (b)ৱাট


7. চাপ(Pressure)ৰ একক কি-

(a)কেলভিন

(b) পাস্কেল

(c)মিলিবাৰ

(d) জুল

উত্তৰ ঃ (b)পাস্কেল 


   বহুবিকল্পী প্রশ্নোত্তৰ (অসমৰ ইতিহাস)  

   PART-II  


1/ অসমত প্রথম যাদুঘৰ কিমান চনত স্থাপন

হৈছিল—

(ক) ১৯৩০ চনত

(খ) ১৯৪০ চনত

(গ) ১৯১৫ চনত 

(ঘ) ১৯২০ চনত

Ans:- (খ) ১৯৪০ চনত।


2/  দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন আছিল—

(ক) চন্দ্র কুমাৰ আগৰৱালা

(খ) ড° ভূপেন হাজৰিকা

(গ) জ্যোতিপ্ৰসাদ আগৰৱালা

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

Ans:- (খ) ড° ভূপেন হাজৰিকা ।


3/ বেণ্ডিট কুইন’ চৰিত্ৰত অভিনয় কৰা ভ্রাম্যমাণ অভিনেত্রীগৰাকীৰ নাম কি আছিল—

ক) মৃদুলা বৰুৱা 

(খ) চেতনা দাস

(গ) আইদেউ সন্দিকৈ 

(ঘ) সীমা বিশ্বাস

Ans:- (ঘ) সীমা বিশ্বাস।


4/ মৃদুলা বৰুৱাৰ প্রথম অভিনীত ছবিখনৰ নাম কি আছিল—

(ক) ফিৰিঙতি

(খ) উপপথ

(গ)মৰমী

(ঘ) ওপৰৰ এটাও নহয় ।

Ans;- (গ) মৰমী।


5/  ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত একমাত্র হিন্দী বােলছবিখনৰ নাম কি আছিল—

(ক) চামেলী মেমচাব 

(খ) কালসন্ধ্যা

(গ) মৰমী

(ঘ) উপপথ

Ans:-(খ) কালসন্ধ্যা।


6/ দীনবন্ধু ছবিখন কোনজন পৰিচালকে পৰিচালনা কৰিছিল-

(ক) মুনিন বৰুৱা 

(খ) জাহ্ন বৰুৱা

(গ) সুমন হৰিপ্রিয়া

(ঘ) অৰূপ মান্না

Ans:- (ক) মুনিন বৰুৱা।


7/ ১৯৯৫ চনত ছিংগাপুৰ আন্তর্জাতিক চলচ্চিত্র উৎসৱত শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল-

(ক) চেতনা দাস 

(খ) বিষ্ণু খাৰঘৰীয়া

(গ) মৃদুলা বৰুৱা 

(ঘ) ওপৰৰ এটাও নহয়

Ans:- (খ) বিষ্ণু খাৰঘৰীয়া।


     অসম বুৰঞ্জীৰ      


প্রশ্ন : আহােমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?

Ans:- চৰাইদেউত।


প্রশ্ন : চুকাফা কোন চনত ৰাজপাটত উঠে?

Ans:- ১২২৮চনত।


প্রশ্ন : আহােমসকলে অসমলৈ কেতিয়া আহে?

Ans:- ১২২৮ চনত।


প্রশ্ন : অসমৰ সর্বপ্রথম বুৰঞ্জী কোনে লিখে ?

Ans:- আহােমসকলে।


প্রশ্ন : কেতিয়াৰ পৰা অসম ব্রিটিছৰ অধীনলৈ যায় ?

Ans:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত স্বাক্ষৰিত হােৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্রিটিছৰ অধীনলৈ যায়।


প্রশ্ন : কোনজন আহােম ৰজাৰ দিনত মােৱামৰীয়া

বিদ্রোহ হৈছিল ?

Ans- স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত।


প্রশ্ন : আহােম আৰু মােগলৰ মাজত হােৱা শেষ

ৰণখনৰ নাম কি আছিল ?

Ans:- ইটাখুলিৰ ৰণ (১৬৮২ খ্রীঃ)।


প্রশ্ন : আহােমসকল অহাৰ আগত অসমত কোন

ৰজাই ৰাজত্ব কৰিছিল ?

Ans- কোঁচ ৰজাই ৰাজত্ব কৰিছিল।


প্রশ্ন ঃ অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে Ans- ১৯৬৪ চনত।


প্রশ্ন:  অসমলৈ মানসকলক কোনে আনিছিল ?

Ans:- বদন বৰফুকনে।


প্রশ্ন : শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?

Ans:- স্বৰ্গদেউ প্রমত্ত সিংহই।


প্রশ্নঃ নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকো নির্মাণ কৰিছিল ?

Ans:- মহাৰাজ ৰুদ্ৰসিংহই।


প্রশ্নঃ অশ্বক্লান্ত আৰু দীর্ঘেশ্বৰী দৌল কোন ৰজাৰ

দিনত নির্মান কৰা হৈছিল?

Ans:- স্বৰ্গদেউ শিৱসিংহৰ দিনত।।