অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq ।অসমৰ ইতিহাস । অসমৰ ইতিহাস pdf । অসম ইতিহাস । অসমৰ ইতিহাস আৰু সংস্কৃতি । প্ৰাচীন অসমৰ ইতিহাস । অসমীয়া gk । অসমীয়া সাধাৰন জ্ঞীয়ান । অসমৰ ইতিহাস কুইজ 2021। অসমৰ ইতিহাস mcq । অসমীযা কুইজ । অসমৰ নতুন কুইজ । অসম সাধাৰন gk । অসম ইতিহাস ।
অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq
অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq
( Assam History )
41. উত্তৰ গুৱাহাটীত থকা শিলা সাকো শিলৰ দলং কোনে নির্মাণ কৰাইছিল ?
- কছাৰীয়ে
আহােমে
কামৰূপাই
চুতীয়াই
ANSWER= C)কামৰূপাই
Explain:-
42. কামৰূপৰ কোনজন শাসকে নালন্দাত তেওঁৰ ছীল এৰি আহিছিল?
- ভাস্কৰবার্মা
ৰত্নপাল
বলবামা
ভগদত্ত
ANSWER= A)ভাস্কৰবার্মা।
Explain:-
43. কোনখন গাঁৱৰ পৰা কোচসকল একগােট হৈছিল ?
- মঙ্গলদৈ
খুনটাঘাট
ANSWER= (B)চিকনাবাৰী(চেংগ্রাম)
Explain:-
44. ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত ?
- দৈয়াং
ধনশিৰি
দিখৌ
ANSWER= C)ধনশিৰি
Explain:-
45. কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল—
- ঘূৰণীয়া
ANSWER= D)ঘূৰণীয়া
Explain:-
46. পােছা প্রথা কোনে প্রবর্তন কৰিছিল ?
- ৰুদ্ৰ সিংহই
প্রতাপ সিংহই
ছুহুংমুঙে
ছুকাফাই
ANSWER= B)প্রতাপ সিংহই
Explain:-
47. কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল?
- মহম্মদ খিলিজী।
ANSWER= B)মহম্মদ-ইবন বখতিয়াৰ
Explain:-
48. হাদিৰা চকী ক'ত অৱস্থিত ?
- কপিলী আৰু ব্ৰহ্মপুত্ৰৰ সংযােগস্থলত
বৰপেটাত
ANSWER= B)মানস আৰুব্ৰহ্মপুত্ৰৰ সংযােগস্থলত
Explain:-
49. শৰাইঘাটৰ ৰণখন হৈছিল—
- আহােম আৰু মােগলৰ মাজত
আহােম আৰু চুকাফাৰ মাজত
ANSWER= A)আহােম আৰু মােগলৰ মাজত
Explain:-
50. সাধনী কাৰ ৰাণী আছিল?
- চুতীয়া বৰ্জাৰ
ANSWER= C)কছাৰী ৰজাৰ
Explain:-
Related Post
0 Comments
Post a Comment