অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq ।অসমৰ ইতিহাস  । অসমৰ ইতিহাস pdf । অসম ইতিহাস । অসমৰ ইতিহাস আৰু সংস্কৃতি । প্ৰাচীন অসমৰ ইতিহাস । অসমীয়া gk । অসমীয়া সাধাৰন জ্ঞীয়ান । অসমৰ ইতিহাস কুইজ 2021। অসমৰ ইতিহাস mcq । অসমীযা কুইজ । অসমৰ নতুন কুইজ । অসম সাধাৰন gk । অসম ইতিহাস । 

অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq 



অসমৰ ইতিহাস কুইজ । অসমৰ ইতিহাস mcq 

( Assam History )





41. উত্তৰ গুৱাহাটীত থকা শিলা সাকো শিলৰ দলং কোনে নির্মাণ কৰাইছিল ?

     কছাৰীয়ে
     আহােমে 
     কামৰূপাই 
      চুতীয়াই

ANSWER= C)কামৰূপাই
Explain:-


42. কামৰূপৰ কোনজন শাসকে নালন্দাত তেওঁৰ ছীল এৰি আহিছিল?

     ভাস্কৰবার্মা
     ৰত্নপাল 
     বলবামা 
     ভগদত্ত 

ANSWER= A)ভাস্কৰবার্মা।
Explain:-

 

43. কোনখন গাঁৱৰ পৰা কোচসকল একগােট হৈছিল ?

       মঙ্গলদৈ
     খুনটাঘাট 

ANSWER= (B)চিকনাবাৰী(চেংগ্রাম)
Explain:-

 

44. ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

      দৈয়াং
       ধনশিৰি
     দিখৌ 

ANSWER= C)ধনশিৰি
Explain:-

 

45. কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল—

        ঘূৰণীয়া

ANSWER= D)ঘূৰণীয়া
Explain:-

 

46. পােছা প্রথা কোনে প্রবর্তন কৰিছিল ?

      ৰুদ্ৰ সিংহই 
     প্রতাপ সিংহই
      ছুহুংমুঙে
     ছুকাফাই

ANSWER= B)প্রতাপ সিংহই
Explain:-

 

47. কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল? 

        মহম্মদ খিলিজী। 

ANSWER= B)মহম্মদ-ইবন বখতিয়াৰ
Explain:-

 

48. হাদিৰা চকী ক'ত অৱস্থিত ? 

        কপিলী আৰু ব্ৰহ্মপুত্ৰৰ সংযােগস্থলত
     বৰপেটাত 

ANSWER= B)মানস আৰুব্ৰহ্মপুত্ৰৰ সংযােগস্থলত
Explain:-

 

49. শৰাইঘাটৰ ৰণখন হৈছিল— 

     আহােম আৰু মােগলৰ মাজত
        আহােম আৰু চুকাফাৰ মাজত

ANSWER= A)আহােম আৰু মােগলৰ মাজত
Explain:-

 

50. সাধনী কাৰ ৰাণী আছিল? 

         চুতীয়া বৰ্জাৰ 

ANSWER= C)কছাৰী ৰজাৰ
Explain:-



    Next Page 




Related Post