Assam police gk 2021 pdf in assamese language | Assam police gk quiz 2021

Assam Police GK 2021 | Assam Police GK questions in assmese language | Assam Police mcq gk PDF | Assam Police question paper 2021 | Assam Police mcq GK Assamese PDF | Assam Police Question Answer 2021 | Assam Police Constable Mock Test in assamese language |

 Assam Police Question Paper 2021 PDF Download | Assam Police important question | Assam Reasoning in Assamese language |



Assam police gk 2021 pdf in assamese language | Assam police gk quiz 2021



 Assam Police AB UB Previous Year | Question paper | Assam Police Syllabus 2021 PDF | Assam Police SI Exam preparation | Assam Police AB UB Question Paper Assamese language | Assam Police Question answer | Assam Police interview questions and answers | Assam Police GK 2021 PDF




1. মীৰাবায়ে তেওঁৰ ভজনবােৰ লিখিছিল—
(ক) হিন্দী ভাষাত
(খ) ৰাজস্থানী ভাষাত
(গ) উর্দু ভাষাত
(ঘ) গুজৰাটি ভাষাত
Ans:- (খ) ৰাজস্থানী ভাষাত

2. কোষৰ আৱিস্কাৰক হ'ল—
(ক) লিউৱেন হুক
(খ) ৰবার্ট হুক
(গ) জন স্ক
(ঘ) গেলিলিঅ’
Ans:- (খ) ৰবার্ট হুক

3. অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল—
(ক) নদী 
(খ) মাকৈ
(গ) বৈকুণ্ঠ
(ঘ) সাগৰ
Ans:- (গ) বৈকুণ্ঠ


4. তলৰ কোনবিধ নাৱৰ নাম নহয়—
(ক) জাপ-নাও
(খ) ঢুলুকা
(গ)  হিলৈ-চৰাই 
(ঘ) হাইকালী
Ans:- (খ) ঢুলুকা

5. পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয় ?
(ক) গৰীয়া
(খ) মৰীয়া
(গ) ইছলাম
(ঘ) ৰায়ত
Ans:- (খ) মৰীয়া

6. সাধাৰণতে প্রধানমন্ত্রীজন হ’ল—
(ক) লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(খ) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(গ) সংসদৰ জ্যেষ্ঠ সদস্য
(ঘ) ওপৰৰ কোনােটোৱে নহয়
Ans:- (ক) লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা

7. সানুহৰ হালধীয়া জ্বৰৰ বাহক হ’ল—
(ক) কিউলেক্স মহ
(খ) ফিলিছ মহ
(গ) এডিছ মহ
(ঘ) মাখি
Ans:- (গ) এডিছ মহ


8. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি ?
(ক) আর্যভট্ট
(খ) ব্রহ্মগুপ্ত
(গ) ভাস্কৰাচার্য
(ঘ) বৰাহমিহিৰ
Ans:- (ক) আর্যভট্ট 


9. মেগজুৰ কোন ঠাইত বুদ্ধিমত্তা, স্মৃতি আৰু অনুভূতি থাকে?
(ক) মেডুলা
(খ) চেৰিব্ৰাম।
(গ) হাইপ’থেলামাচ
(ঘ) চেৰিবেলাম
Ans:- (খ) চেৰিব্ৰাম।

10. বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
(ক) মালয়েছিয়া।
(খ) থাইলেণ্ড
(গ) ম্যানমাৰ
(ঘ) লাওচ
Ans:- (খ) থাইলেণ্ড

Assam police gk 2021 pdf in assamese language | Assam police gk quiz 2021
11.  ---ভাৰত যুক্তৰাজ্যৰ ২৯ তম ৰাজ্য
(ক) বিহাৰ 
(খ) অসম 
(গ) তেলেংগানা
(ঘ) ওপৰৰ এটাও নহয়।
Ans:- (গ) তেলেংগানা

12. কুশল কোৱৰক ফাঁচী দিয়া হৈছিল-
(ক) গুৱাহাটী কাৰাগাৰত 
(খ) যােৰহাট কাৰাগাৰত
(গ) ডিব্ৰুগড় কাৰাগাৰত
(ঘ) মঙলদৈ কাৰাগাৰত
Ans:- যােৰহাট কাৰাগাৰত

13. ভেটিকান চিটি কত অৱস্থিত?
(ক) নাইজেৰিয়াত
(খ) কংগােত।
(গ) ৰােমত
(ঘ) বেলজিয়ামত
Ans:- (গ) ৰােমত

14. তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় আছে-
(ক) জামুগুৰিত
(খ) কলিয়াবৰত
(গ) নপামত
(ঘ) অগ্নিগড়ত
Ans:- (গ) নপামত

15. কলমাক্সে লিখা গ্রন্থখন হ’ল—
(ক) ডাছ কেপিটেল
(খ) ফাইভ পইন্ট চাম ওৱান
(গ) কেপিটেল হাব
(ঘ) দা লজ
Ans:- (ক) ডাছ কেপিটেল

16. তলৰ কোনবিধ খাৰিফ শস্য নহয় ?
(ক) সঁৰিয়হ
(খ) ৰস
(গ) ধান
(ঘ) ছয়াবিন
Ans:- (ক) সঁৰিয়হ

17. ৰামচৰিত মানসখন লিখিছিল-
(ক) নৱদেৱ
(খ) তুলসীদাস
(গ) চৈতন্য
(ঘ) সুৰদাস
Ans:- (খ) তুলসীদাস

18. দূৰত্বৰ এছ আই একক হল—
(ক) মিটাৰ
(খ) ফুট
(গ) কিলােমিটাৰ
(ঘ) গজ
Ans:- (ক) মিটাৰ