অসমীয়া GK | অসমীয়া GK PDF | অসমীয়া বিজ্ঞান কুইজ | বিজ্ঞানৰ সাধাৰণ জ্ঞান | অসম বুৰঞ্জী mcq | অসম বুৰঞ্জী প্রশ্ন উওৰ | ভাৰত বুৰঞ্জী pdf download | খেলৰ কুইজ | অসমীয়া GK PDF Download | অসমীয়া সাধাৰণ জ্ঞান 2021 | অসমীয়া সাহিত্যৰ কুইজ | অসমীয়া কুইজ 2021 | বিশ্ব কুইজ | অসমীয়া gk Quiz | বিশ্ব কুইজ ২০২১ | অসমীয়া কুইজ pdf | পৰিৱেশ কুইজ
| ভাৰত কুইজ |
অসমীয়া GK | অসমীয়া GK PDF 







 অসমীয়া GK | অসমীয়া GK PDF  
 ( Assam History ) 

 

51. অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল—

        
ANSWER= C) ড° ভূপেন হাজৰিকা
Explain:-

 

52. অসমত মঞ্চৰ জন্মদাতা কোন আছিল—

      শ্রীশ্রী মাধৱদেৱ 
       যতীন্দ্র নাথ দুৱৰা 
ANSWER= C) শ্রীশ্রী শংকৰদেৱ
Explain:-

 

53. প্রথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন আছিল—

      আৱাহন থিয়েটাৰ 
      কহিনুৰ থিয়েটাৰ 
      সূর্য থিয়েটাৰ
      নটৰাজ থিয়েটাৰ 
ANSWER= D) নটৰাজ থিয়েটাৰ
Explain:-

 

54. প্রথম অসমীয়া চলচ্চিত্র নির্মাতা কোন আছিল—

     জ্যোতিপ্ৰসাদ আগৰৱালা
       চন্দ্র কুমাৰ আগৰৱালা
     
ANSWER= A) জ্যোতিপ্ৰসাদ আগৰৱালা
Explain:-

 

55. প্রথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নির্মাণ হৈছিল

     ১৯৭০ চনত 
     ১৯৭৫ চনত 
     ১৯৮০ চনত
     ১৯৭২ চনত 
ANSWER= D) ১৯৭২ চনত
Explain:-

 

56. প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কোনখন আছিল—

       ভাইটি
     ককাদেউতাৰ নাতি আৰু হাতী 
ANSWER= A) শকুন্তলা
Explain:-

 

57. ভােগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল ? 

        
ANSWER= A) স্বর্ণ।
Explain:-

 

58. ৰিঅ’ অলিম্পিকত কোনখন দেশে প্রথমটো সোণৰ পদক অর্জন কৰিছিল— 

         আমেৰিকা যুক্তৰাষ্ট্র 
ANSWER= D) আমেৰিকা যুক্তৰাষ্ট্র।
Explain:-

 

59. আধুনিক অলিম্পিকৰ ক্ষেত্ৰত পদকৰ ক্ষেত্ৰত কোনখন দেশে পদকৰ সংখ্যা বৃদ্ধি কৰিছিল—

         গ্রেট ব্রিটেইন 
ANSWER= B) গ্রেট ব্রিটেইন
Explain:-

 

60. ৰিঅ’অলিম্পিক গেম কোনখন দেশত অনুষ্ঠিত হৈছিল—

         ইংলেণ্ড 
ANSWER= C) ব্রাজিল
Explain:-





   NEXT PAGE