বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021 ।
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিজ্ঞান কুইজ প্রতিযােগিতা প্রশ্ন | বিজ্ঞান কুইজ |প্রতিযােগিতা ২০২১ প্রশ্ন | বিজ্ঞান কুইজ প্রতিযােগিতা ২০২০ | অনলাইন বিজ্ঞান কুইজ প্রতিযােগিতা ২০২১ | বিজ্ঞানৰ নতুন কুইজ ২০২১ | কুইজ প্রতিযােগিতা ২০২১ | ডেইলি কুইজ | অনলাইন কুইজ প্রতিযােগিতা 2021 | অনলাইন বিজ্ঞান কুইজ প্রতিযােগিতা ২০২১
বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021 |
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা
Science and Technology
বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021
1. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো হ'ল—
(ক) হাইগ্র মিটাৰ
(খ) থার্মমিটাৰ
(গ বেমিটাৰ
(ঘ) নেনমিটাৰ
Ans:- (ক) হাইগ্র মিটাৰ ।
2. সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক হল—
(ক) হৰিকণা,
(খ) পত্ৰহৰি
(গ) কোৱান্টাছম
(ঘ) পত্র
Ans:- (গ) কোৱান্টাছম ।
3. শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটো হ'ল—
(ক) ব্যাপন
(খ) অৱৰােপণ
(গ) অৱশোষণ
(ঘ) আসৃতি
Ans:- (গ)অৱশােষণ ।
4. আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয় ?
(ক) গাখীৰৰ ঘনত্ব
(খ) উচ্চতা
(গ) ওজন
(ঘ) দৈর্ঘ
Ans:-(খ) উচ্চতা ।
5. বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয় ?
(ক) এনিম'মিটাৰ
(খ) ৰেইনগজ
(গ) থার্ম’মিটাৰ
(ঘ) মন’মিটাৰ
Ans:- (ক) এনিম’মিটাৰ ।
6. ACRAY কি ?
(ক) Mini Computer
(খ) Super Computer
(গ) PC
(ঘ)Laptop
Ans:- (খ)Super Computer ।
7. শব্দৰ প্রাবল্য কি এককত জোখা হয় ?
(ক) এম্পিয়াৰ
(খ) ডেছিবল
(গ) লুমেন
(ঘ) ওম
Ans:- (খ) ডেছিবল ।
8. তলত দিয়া কোনবিধ মৌল ধাতুকল্প নহয় ?
(ক) লাে।
(খ) চিলিকন
(গ) ব’ৰণ।
(ঘ) এন্টিমনি
Ans:- (ক) লাে ।
9. ১৯৮৫ চনত ভাৰতৰ প্ৰথমটো ব্রিডাৰ ৰিয়েক্টৰ ক'ত স্থাপন কৰা হৈছিল?
(ক) তাৰাপুৰত
(খ) শ্রীনগৰত।
(গ) শ্রীহৰিকোটাত
(ঘ) কল্পক্কমত
Ans:- (ঘ) কল্পক্কমত ।
10. LSD কিহৰ পৰা তৈয়াৰ কৰা হয় ?
(ক) কুইনাইনৰ পৰা
(খ) ভেঁকুৰৰ পৰা
(গ) এলকহলৰ পৰা
(ঘ) গাখীৰৰ পৰা
Ans:-(খ) ভেঁকুৰৰ পৰা ।
বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021
11. মেণ্ডেলৰ বংশগতিতত্ব কোন চনত প্ৰকাশ হৈছিল?
(ক) ১৮৫০ চনত
(খ) ১৮৬০ চনত
(গ) ১৮৬৬ চনত
(ঘ) ১৯০১ চনত
Ans:-(গ)১৮৬৬ চনত ।
12. ‘জুল’ কিহৰ একক ?
(ক) তাপ
(খ) শক্তি
(গ) চাপ
(ঘ) উত্তপ
Ans:- (খ) শক্তি ।
13. এক গ্রাম ওজত কিমান ডাইন’?
(ক) ২৫০
(খ) ৯৮১
(গ) ৩৭৫
(ঘ) ৯০০
Ans:- (খ) ৯৮১ ।
14. কোনে টাইপ ৰাইটাৰ আৱিষ্কাৰ কৰিছিল ?
(ক) ওৱাটাৰমেন।
(খ) শ্বোলচ্
(গ) পাস্কেল
(ঘ) শ্বকলি।
Ans:- (খ) শ্বোলচ্ ।
15. তলৰ কোনবিধ বিক্রিয়াৰ বাবে সূৰ্য্যত শক্তি উৎপন্ন হয়?
(ক) সংলীন (Fusion)
(খ) তেজস্ক্রিয়।
(গ) ৰাসায়নিক
(ঘ) দ্বি-ভংগন (Fission)
Ans:- (ক) সংলীন (Fusion) ।
0 Comments
Post a Comment