বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021 । 

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা  বিজ্ঞান কুইজ প্রতিযােগিতা প্রশ্ন | বিজ্ঞান কুইজ |প্রতিযােগিতা ২০২১ প্রশ্ন | বিজ্ঞান কুইজ প্রতিযােগিতা ২০২০ | অনলাইন বিজ্ঞান কুইজ প্রতিযােগিতা ২০২১ | বিজ্ঞানৰ নতুন কুইজ ২০২১ | কুইজ প্রতিযােগিতা ২০২১ | ডেইলি কুইজ | অনলাইন কুইজ প্রতিযােগিতা 2021 | অনলাইন বিজ্ঞান কুইজ প্রতিযােগিতা ২০২১




বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021





   বিজ্ঞান আৰু প্রযুক্তিবিদ্যা  

  Science and Technology  

বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021


1. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো হ'ল—

(ক) হাইগ্র মিটাৰ

(খ) থার্মমিটাৰ

(গ বেমিটাৰ

(ঘ) নেনমিটাৰ

Ans:- (ক) হাইগ্র মিটাৰ ।


2. সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক হল—

(ক) হৰিকণা,

(খ) পত্ৰহৰি

(গ) কোৱান্টাছম

(ঘ) পত্র

Ans:- (গ) কোৱান্টাছম ।


3. শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটো হ'ল—

(ক) ব্যাপন

(খ) অৱৰােপণ

(গ) অৱশোষণ

(ঘ) আসৃতি

Ans:- (গ)অৱশােষণ ।


4. আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয় ?

(ক) গাখীৰৰ ঘনত্ব

(খ) উচ্চতা

(গ) ওজন

(ঘ) দৈর্ঘ

Ans:-(খ) উচ্চতা ।


5.  বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয় ?

(ক) এনিম'মিটাৰ

(খ) ৰেইনগজ

(গ) থার্ম’মিটাৰ

(ঘ) মন’মিটাৰ

Ans:- (ক) এনিম’মিটাৰ ।


6. ACRAY কি ?

(ক) Mini Computer

(খ) Super Computer

(গ) PC

(ঘ)Laptop

Ans:- (খ)Super Computer ।


7. শব্দৰ প্রাবল্য কি এককত জোখা হয় ?

(ক) এম্পিয়াৰ

(খ) ডেছিবল

(গ) লুমেন

(ঘ) ওম

Ans:- (খ) ডেছিবল ।


8. তলত দিয়া কোনবিধ মৌল ধাতুকল্প নহয় ?

(ক) লাে।

(খ) চিলিকন

(গ) ব’ৰণ।

(ঘ) এন্টিমনি

Ans:- (ক) লাে ।


9. ১৯৮৫ চনত ভাৰতৰ প্ৰথমটো ব্রিডাৰ ৰিয়েক্টৰ ক'ত স্থাপন কৰা হৈছিল?

(ক) তাৰাপুৰত

(খ) শ্রীনগৰত।

(গ) শ্রীহৰিকোটাত

(ঘ) কল্পক্কমত

Ans:- (ঘ) কল্পক্কমত ।


10. LSD কিহৰ পৰা তৈয়াৰ কৰা হয় ?

(ক) কুইনাইনৰ পৰা

(খ) ভেঁকুৰৰ পৰা

(গ) এলকহলৰ পৰা

(ঘ) গাখীৰৰ পৰা

Ans:-(খ) ভেঁকুৰৰ পৰা ।


বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা প্ৰশ্ন ২০২১ | বিজ্ঞান কুইজ 2021

11. মেণ্ডেলৰ বংশগতিতত্ব কোন চনত প্ৰকাশ হৈছিল?

(ক) ১৮৫০ চনত

(খ) ১৮৬০ চনত

(গ) ১৮৬৬ চনত

(ঘ) ১৯০১ চনত

Ans:-(গ)১৮৬৬ চনত ।


12. ‘জুল’ কিহৰ একক ?

(ক) তাপ

(খ) শক্তি

(গ) চাপ

(ঘ) উত্তপ

Ans:- (খ) শক্তি ।


13. এক গ্রাম ওজত কিমান ডাইন’?

(ক) ২৫০

(খ) ৯৮১

(গ) ৩৭৫

(ঘ) ৯০০

 Ans:- (খ) ৯৮১ ।


14. কোনে টাইপ ৰাইটাৰ আৱিষ্কাৰ কৰিছিল ?

(ক) ওৱাটাৰমেন।

(খ) শ্বোলচ্‌

(গ) পাস্কেল

(ঘ) শ্বকলি।

Ans:- (খ) শ্বোলচ্‌ ।


15. তলৰ কোনবিধ বিক্রিয়াৰ বাবে সূৰ্য্যত শক্তি উৎপন্ন হয়?

(ক) সংলীন (Fusion)

(খ) তেজস্ক্রিয়।

(গ) ৰাসায়নিক

(ঘ) দ্বি-ভংগন (Fission)

Ans:- (ক) সংলীন (Fusion) ।



  NEXT PAGE