অনলাইন বিজ্ঞান কুইজ প্রতিযোগিতা ২০২১ | অনলাইন বিজ্ঞান কুইজ 2021 

বিজ্ঞান কুইজ প্রতিযােগিতা ২০২১ | বিজ্ঞান কুইজ প্রতিযােগিতা প্রশ্ন | কুইজ প্রতিযােগিতা ২০২১ প্রশ্ন | কুইজ প্রতিযােগিতা 2021 | অনলাইন বিজ্ঞান কুইজ প্রতিযােগিতা 2021 | আজকের কুইজ প্রতিযােগিতা | অনলাইন কুইজ প্রতিযােগিতা ২০২১ | নতুন কুইজ ২০২১



অনলাইন বিজ্ঞান কুইজ প্রতিযোগিতা ২০২১ | অনলাইন বিজ্ঞান কুইজ 2021 







 অনলাইন বিজ্ঞান কুইজ প্রতিযোগিতা ২০২১ | অনলাইন বিজ্ঞান কুইজ 2021 


বিজ্ঞান আৰু প্রযুক্তিবিদ্যা  

  Science and Technology  




16. ডাক্টৰৰ থার্মোমিটাৰ কোনে আৱিষ্কাৰ কৰে?
(ক) গেলিলি
(খ) ফাৰেনহাইট
(গ) এৰ্ছিন।
(ঘ) এজনাে নহয়
Ans:- (খ) ফাৰেনহাইট

17.  অনকোলজীৰ অধ্যয়ন বিষয় ?
(ক) মাটি
(খ) স্তন্যপায়ী জন্তু
(গ) কর্কটৰোগ
(ঘ) চৰাই 
Ans:- (গ) কর্কটৰােগ।

18. মহাকাশত জীৱৰ অধ্যয়নক বােলা হয়—
(ক) নিওবায়ােলজী
(খ) এণ্টাৰােবায়ােলজী
(গ) এক্সোবায়ােলজী
(ঘ) এণ্ডোবায়ােলজী
Ans:- (গ) এক্সোবায়ােলজী

19. নিউমিচমেটিক মানে কিহৰ অধ্যয়ন?
(ক) মহাকাশ শিক্ষা
(খ) ডাকটিকটৰ ওপৰত
(গ) সংখাৰ ওপৰত
(ঘ) মুদ্ৰাৰ ওপৰত
Ans:- (ঘ)মুদ্ৰাৰ ওপৰত

20. ইউজেলিক্স মানে কিহৰ অধ্যয়ন ?
(ক) জীৱকোষ
(খ) মানুহৰ বিভিন্ন জাতি
(গ) ইউৰােপীয় মূলৰ মানুহ
(ঘ) মানুহৰ জন্মগত স্বভাৱ বদলিকৰণ
Ans:- (ঘ) মানুহৰ জন্মগত স্বভাৱ বদলিকৰণ ।

21. শক্তিৰ একক এম কে এছ পদ্ধতিত কোনটো ?
(ক) জুল
(খ) ওম
(গ) আর্গ
(ঘ) ভল্ট
Ans:- (ক)জুল ।

22. কোনে প্রথমে জীৱৰ ৰাসায়নিক ক্রমবিকাশৰ কথা কৈছিল ?
(ক) হিচেল
(খ) ওপাৰিন 
(গ) লামমার্ক
(ঘ) ডাউইন
Ans:- (খ) ওপাৰিন ।

 23. ব্লেইছ পাচকেল কিহৰ লগত জড়িত ?
(ক) চিনেমা
(খ) কেলকুলেটৰ মেচিন
(গ) কম্পিউটাৰ
(ঘ) এটাও নহয়।
Ans:- (খ) কেলকুলেটৰ মেচিন ।

24. ৰাইট ভ্রাতৃদ্বয় কিহৰ আৱিস্কাৰক বুলি কোৱা হয় ?
(ক) এৰােপ্লেন
(খ) বেলুন
(গ) বাইচাইকেল
(ঘ) এটাও নহয়
Ans:- (ক) এৰােপ্লেন ।


অনলাইন বিজ্ঞান কুইজ প্রতিযোগিতা ২০২১ | অনলাইন বিজ্ঞান কুইজ 2021 

25. কি নক্ষত্রই সকলাে বস্তু আনকি পােহৰৰ শােষণ কৰিব পাৰে?
(ক) কোৱাছাৰ
(খ) কৃষ্ণগহ্বৰ
(গ) নিউট্রন
(ঘ) পালসাৰ
Ans:- (খ) কৃষ্ণগহ্বৰ ।


26. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্রস্তুত কৰা ধাতুবিধ হ’ল-
(ক) এলুমিনিয়াম
(খ) লাে
(গ) পাৰা
(ঘ) টাংষ্ট্রেন
Ans:- (ঘ) টাংষ্ট্রেন ।

27. তলত দিয়া কোনবিধ কণা আধানযুক্ত ?
(ক) নিউট্রিন’ কণা
(খ) ফটন কণা
(গ) বিটা কণা।
(ঘ) নিউট্রন কণা
Ans:- (গ) বিটা কণা।

28. বৰফৰ গলনাংক কিমান ?
(ক) ১০০০ কেলভিন
(খ) -১০০০ কেলভিন
(গ) ২৭৩ কেলভিন
(ঘ) ০ কেলভিন
Ans:- (গ) ২৭৩ কেলভিন।