অসমীয়া সাধাৰন জ্ঞান 2021 । অসমীয়া সাধাৰন জ্ঞান ২০২১ । অসমীয়া সাধাৰন জ্ঞান ২০২১ pdf। সাধাৰন জ্ঞান 2021 pdf । অসমীয়া Gk 2021 । অসম কুইজ অসমীয়াত । বিজ্ঞানৰ কইজ । অসম ইতিহাসৰ প্ৰশ্ন উওৰ । খেলৰ কুইজ । সাধাৰন জ্ঞান । সাধাৰন জ্ঞান অসম বুৰণ্জ্ঞী । অসমীয়া GK |অসমীয়া Gk pdf । অসমীয়া GK PDF । অসমীয়া সাহিত্য কুইজ ।  


অসমীয়া সাধাৰন জ্ঞান  2021 । অসমীয়া সাধাৰন জ্ঞান ২০২১ 

  • অসমীয়া সাধাৰন জ্ঞান ! 
  • অসমীয়া সাধাৰন জ্ঞান  PDF  !
  • অসম সাধাৰন জ্ঞান কুইজ  2021 !
  •  অসমীয়া সাধাৰন জ্ঞান কুইজ  ২০২১ !
  • অসমীয়া  GK 2021 quiz !





অসমীয়া সাধাৰন জ্ঞান  2021 । অসমীয়া সাধাৰন জ্ঞান ২০২১ 

( ASSAM HISTORY )


31. পৃথিৱীৰ টোকলাই চাহ গৱেষণা কেন্দ্র অসমৰ কোনখন চহৰত অৱস্থিত ? 

     শিৱসাগৰ 
     নলবাৰী 
      কোকৰাঝাৰ 
     যােৰহাট

ANSWER= D) যােৰহাট !
Explain:-

 

32. অসমৰ সত্ৰনগৰী হিচাপে কোনখন জিলাক জনা যায় !

       কোকৰাঝাৰ 
       যােৰহাট 

ANSWER= A) বৰপেটা !
Explain:-

 

33. অসমৰ ঐতিহাসিক মৈদামবােৰ কোনখন চহৰত অৱস্থিত ? 

       তেজপুৰ
      যােৰহাট 
      কোকৰাঝাৰ 

ANSWER= C) যােৰহাট !
Explain:-

 

34. ভুৱনেশ্বৰী মন্দিৰ অসমৰ কোনখন পাহাৰত অবস্থিত !

       ৰাণী পাহাৰ  
      

ANSWER= C) নীলাচল পাহাৰ !
Explain:-

 

35. অসমৰ পঞ্চতীর্থ হিচাপে কোনখন চহৰক জনা যায় ? 

        কামৰূপ 

ANSWER= A)গুৱাহাটী !
Explain:-

 

36. অসমৰ কোনখন জিলাত দৌল উৎসৱ ডাঙৰকৈ উদ্যাপন কৰা হয় ? 

         বৰপেটা 

ANSWER= D) বৰপেটা
Explain:-

 

37. চাহপাতৰ ৰাজধানী হিচাপে অসমৰ কোনখন চহৰক জনা যায় ? 

        যােৰহাট 

ANSWER= D) যােৰহাট !
Explain:-

 

38. অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়—

     কাছাৰ 
     তেজপুৰ 
      হাফলং  
      ডিব্ৰুগড়

ANSWER= C) হাফলং
Explain:-

 

39. উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰৱেশ পথ বুলি কোনখন ঠাইক জনা যায় ! 

     তেজপুৰ 
      গুৱাহাটী 
     কামৰূপ 
     ডিব্ৰুগড় 

ANSWER= B) গুৱাহাটী !
Explain:-

 

40. ২০১১ চনৰ লােকপিয়লমতে কোনখন জিলাৰ জনবসতি অতি ঘন ? 

     কামৰূপ 
      ধুবুৰী 
     নগাঁও 
     তেজপুৰ 

ANSWER= C) নগাঁও !
Explain:-




  NEXT PAGE