Assam History Gk in Assamese language | Assam History Gk Quiz in Assamese language | Assam history in Assamese language |Assamese Gk |Assam History Gk Quiz in Assamese language |Assam History Quiz |Assam Gk in Assamese language | Assamese Gk Quiz | Assamese Quiz |
Assam History Gk in Assamese language |
( Assam History )
1. কথা কবিতাৰ ৰচক কোন আছিল ?
ANSWER= A) যতীন্দ্র নাথ দুৱৰা
Explain:-
2. অসমৰ উপন্যাস সম্রাট’ বুলি কোনজন সাহিত্যিক জনা যায়-
- সূর্য কুমাৰ ভূঞা
ANSWER= C) ৰজনীকান্ত বৰদলৈ ।
Explain:-
3. প্রথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায় !
- বীণবৰাগী
ANSWER= D) বীণবৰাগী !
Explain:-
4. অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল ?
ANSWER= B) ১৯৪৮ চনত
Explain:-
5. অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কত অনুষ্ঠিত হৈছিল ?
- যােৰহাট
ANSWER= C) শিৱসাগৰ !
Explain:-
6. আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল—
- পদ্মনাথ গােহাঞি বৰুৱা
লম্বােদৰ বৰা
ANSWER= C) পদ্মনাথ গােহাঞি বৰুৱা !
Explain:-
7. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
- বীণবৰাগী
ANSWER= B) ভানুমতী !
Explain:-
8. ১৯৭০ চনত শ্রেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি আছিল ?
- বৰুৱাৰ সংসাৰ
ANSWER= C) চামেলী মেমচাব !
Explain:-
9. অভিনেতা বিজু ফুকনৰ প্রথম ছবি কোনখন আছিল—
- চামেলী মেমচাব
ANSWER= B) বৰুৱাৰ সংসাৰ !
Explain:-
10. ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথম অসমীয়া কথাছবিখনৰ নাম কি ?
- চামেলী মেমচাব
বনান
ANSWER= C) এৰাবাটৰ সুৰ
Explain:-
- First in Assam
- Assam Geography
- Assam History
- Assam culture
- Assam polity
1000+ Objective type Gk question Answers in Assamese language
0 Comments
Post a Comment