Assam History Gk in Assamese language | Assam History Gk Quiz in Assamese language  | Assam history in Assamese language |Assamese Gk |Assam History Gk Quiz in Assamese language |Assam History Quiz |Assam Gk in Assamese language | Assamese Gk Quiz | Assamese Quiz |


Assam History Gk in Assamese language 




( Assam History ) 


 

1. কথা কবিতাৰ ৰচক কোন আছিল ? 

      
     
     

ANSWER= A)  যতীন্দ্র নাথ দুৱৰা
Explain:-

 

2. অসমৰ উপন্যাস সম্রাট’ বুলি কোনজন সাহিত্যিক জনা যায়-

        সূর্য কুমাৰ ভূঞা  

ANSWER= C)  ৰজনীকান্ত বৰদলৈ ।
Explain:-

 

3. প্রথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায় !

        বীণবৰাগী 

ANSWER= D)  বীণবৰাগী !
Explain:-

 

4. অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল ?

        

ANSWER= B)  ১৯৪৮ চনত
Explain:-

 

5. অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কত অনুষ্ঠিত হৈছিল ?

        যােৰহাট 

ANSWER= C)  শিৱসাগৰ !
Explain:-

 

6. আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল—

       পদ্মনাথ গােহাঞি বৰুৱা 
     লম্বােদৰ বৰা 

ANSWER= C)  পদ্মনাথ গােহাঞি বৰুৱা !
Explain:-

 

7. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? 

        বীণবৰাগী 

ANSWER= B)  ভানুমতী !
Explain:-

 

8. ১৯৭০ চনত শ্রেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি আছিল ? 

        বৰুৱাৰ সংসাৰ 

ANSWER= C)  চামেলী মেমচাব !
Explain:-

 

9. অভিনেতা বিজু ফুকনৰ প্রথম ছবি কোনখন আছিল

        চামেলী মেমচাব 

ANSWER= B)  বৰুৱাৰ সংসাৰ !
Explain:-

 

10. ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথম অসমীয়া কথাছবিখনৰ নাম কি ? 

      চামেলী মেমচাব 
      বনান 

ANSWER= C)  এৰাবাটৰ সুৰ
Explain:-


NEXT PAGE  



  • First in Assam 
  • Assam Geography 
  • Assam History 
  • Assam culture 
  • Assam polity



1000+ Objective type Gk question Answers  in Assamese language