Assam History Gk in Assamese language PDF | Assam History Gk in Assamese language PDF | Assam History | Most important Assam History Gk question and answer in Assamese language | Assam History Gk in Assamese language For Assam police | Assam History Gk PDF for Assam Govt job |
Assam History Gk in Assamese language PDF |
(Assam History Gk in Assamese language)
21. সুন্দৰীদিয়া সএ কোনখন জিলাত অবস্থিত ?
- ওপৰৰ এতাও নহয়
ANSWER= C) বৰপেটা !
Explain:-
22. কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সম্মানিত কৰা হৈছিল-
ANSWER= B) ১৯৫৫ চনত !
Explain:-
23. বনফুলৰ কবি হিচাপে কোনজন সাহিত্যিকক জনা যায় ?
যতীন্দ্র নাথ দুৱৰা
ANSWER= (B) যতীন্দ্র নাথ দুৱৰা
Explain:-
24. অসমীয়া সাহিত্যত মুকুটবিহীন সম্রাট হিচাপে কাক জানা যায়-
ANSWER= C) লক্ষ্মীনাথ বেজবৰুৱা।
Explain:-
25. ৰাজ্যপাল হিচাপে নিযুক্তি পােৱা অসমৰ প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আছিল—
বিষ্ণুৰাম মেধি
ANSWER= D) বিষ্ণুৰাম মেধি
Explain:-
26. মানসী প্রতিম কোনে ৰচনা কৰিছিল ?
- নীলমণি ফুকন
মামণি ৰয়ছম গােস্বামী
ANSWER= B) নীলমণি ফুকন
Explain:-
27. অসমীয়া সাহিত্যত সাহিত্যাচার্য হিচাপে কোনজন সাহিত্যিকক জনা যায়—
- মণিৰাম দেৱান
ANSWER= C) চৈয়দ আব্দুল মালিক
Explain:-
28. ৰাজনৈতিক উদ্দেশ্যসম্পন্ন প্রথম বাতৰিখনৰ নাম কি ?
- উৰুলি
ANSWER= A) দি আছাম ট্রিবিউন
Explain:-
29. অৰুনােদই বাতৰি কাকতৰ সম্পাদক কোন আছিল ?
- চিদানন্দ চৌধুৰী
ANSWER= C) ড° নাথান ব্রাউন।
Explain:-
30. অসম বাতৰি কিমান চনত প্ৰকাশ হৈছিল ?
- ১৯৭০ চনত
১৯৬৫ চনত
ANSWER= B) ১৯৬৪ চনত।
Explain:-
0 Comments
Post a Comment