Assam Gk 2021 | Assam GK Question Answers in Assamese language (Assam Gk 2021-2022)
ASSAM POLICE ASI, ASSAM POLICE SI, ASSAM POLICE CONSTABLE, Assam police ab in, ASSAM POLICE APRO, ASSAM POLICE AB UB, PNRD, PANCHAYAT, etc. Helps in preparation of exams.
Related post:-
Assam police Constable Ab Ub &(SI) GK Question with answers in ASSAMESE Language
Assam Gk 2021 | Assam GK Question Answers in Assamese language (Assam Gk 2021-2022)
ASSAMESE GK
1/ তু’বকৰ লগত হােৱা যুদ্ধত কোন আহােম সেনাপতি ৰণত পৰিছিল?
(ক) ফ্রাচেনমুং বৰগোঁহাই
(খ) আতন বৰগোঁহাই
(গ) লালুকসােলা বৰফুকন
(ঘ) লাচিত বৰফুকন
Ans-(ক) ফ্রাচেনমুং বৰগোঁহাই
2/ অসমৰ কোনখন চহৰত একমাত্র আই
আই টি খন অৱস্থিত?
(ক) গুৱাহাটী
(খ) শিলচৰ
(গ) তিনিচুকীয়া
(ঘ) তেজপুৰ
Ans-(ক) গুৱাহাটী
3/ অসম বিশ্ববিদ্যালয় ক'ত অবস্থিত?
(ক) গুৱাহাটী
(খ) শিলচৰ
(গ) তিনিচুকীয়া
(ঘ) তেজপুৰ
Ans-(খ) শিলচৰ
4/ অম্বুবাচীৰ অর্থ কি?
(ক) বৰুণ দেৱৰতাৰ আশীর্বাদ
(খ) মা কামাখ্যাৰ নিবৃত্তি
(গ) বৃষ্টিপাত
(ঘ) শিৱ-কামাখ্যাৰ বিবাহ
Ans-(গ) বৃষ্টিপাত
5/ অসমৰ প্রথম মহিলা এ চি এছ বিষয়া হল
(ক) পাৰুল দাস।
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী
Ans-(খ) শুচিব্রতা ৰায়চৌধুৰী
6/ শুৱালকুছি কিয় বিখ্যাত?
(ক) তীখা উদ্যোগত।
(খ) পাট-মুগা উদ্যোগত
(গ) কপাহ উদ্যোগত
(ঘ) চামৰা উদ্যোগত।
Ans-(খ) পাট-মুগা উদ্যোগত
7/ অসমৰ প্রথম কমিনিউটি ৰেডিঅ'আৰম্ভ
কৰিছিল,
(ক) গুৱাহাটী বিশ্ববিদ্যালয়ে
(খ) অসম বিশ্ববিদ্যালয়ে
(গ) ডিব্রুগড় বিশ্ববিদ্যালয়ে
(ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে
Ans-(ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে
8/ হস্তী বিদ্যার্ণৱৰ লেখক কোন আছিল?
(ক) সুকুমাৰ বৰকাইথ
(খ) হৰিদেৱ
(গ) মাধৱদেৱ
(ঘ) ভাস্কৰবার্মা
Ans-(ক) সুকুমাৰ বৰকাইথ
9/ ছৈয়দ শ্বাহ মিলানৰ অসমত জনপ্রিয় নাম কি আছিল?
(ক) মাধৱদেৱ
(খ) নাছিরুদ্দিন।
(গ) আজানফকিৰ
(ঘ) জোনাব
Ans-(গ) আজানফকিৰ
10/ প্রাচীন অসমৰ প্ৰথম ৰজাজন আছিল-
(ক) ঘটকাসুৰ
(খ) মহীৰঙ্গ দানৱ
(গ) নৰনাৰায়ন
(ঘ)নৰকাসুৰ
Ans-(খ) মহীৰঙ্গ দানৱ
11/ ছাৰ ছাদুল্লাৰ মন্ত্রীসভা কেতিয়া গঠন হৈছিল?
(ক) ১৯৫১ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৩৭ চনত
(ঘ) ১৯৪৭ চনত
Ans-(গ) ১৯৩৭ চনত
12/ ডিমাপুৰ ক'ৰ ৰাজধানী আছিল?
(ক) কছাৰীৰজাৰ
(খ) আহােম স্বৰ্গদেউৰ
(গ) চুতীয়া ৰজাৰ
(ঘ) ভূঞাসকলৰ
Ans-(ক) কছাৰীৰজাৰ
13/ চুহুংমুঙে কি পদৱীৰ সৃষ্টিকৰিছিল?
(ক)বৰগােহাঁই।
(খ) বৰফুকন
(গ) বুঢ়াগােহাঁই
(ঘ) আত্ন গােহাঁই
Ans-(ক)বৰগােহাঁই
14/ পৌৰাণিক অসমত প্রধান শস্য কি আছিল?
(ক) ঘেঁহু
(খ) বালি
(গ) ধান
(ঘ) কম
Ans-(গ) ধান
0 Comments
Post a Comment