Assam Gk 2021 | Assam GK Question Answers in Assamese language (Assam Gk 2021-2022)

Assam Gk 2021| Assam History Gk | Assam culture Gk | Assam geography Gk | -is available here the most Important GK Questions on Assam which helps you in your competitive exams like
ASSAM POLICE ASI, ASSAM POLICE SI, ASSAM POLICE CONSTABLE, Assam police ab in,  ASSAM POLICE APRO, ASSAM POLICE AB UB, PNRD, PANCHAYAT, etc. Helps in preparation of exams.



Related post:-

 

Assam police Constable Ab Ub &(SI)  GK Question with answers in ASSAMESE Language



 





Assam Gk 2021 | Assam GK Question Answers in Assamese language (Assam Gk 2021-2022)




Assam Gk 2021 | Assam GK Question Answers in Assamese language (Assam Gk 2021-2022)

                     ASSAMESE GK

1/ তু’বকৰ লগত হােৱা যুদ্ধত কোন আহােম সেনাপতি ৰণত পৰিছিল?
(ক) ফ্রাচেনমুং বৰগোঁহাই
(খ) আতন বৰগোঁহাই
(গ) লালুকসােলা বৰফুকন
(ঘ) লাচিত বৰফুকন
Ans-(ক) ফ্রাচেনমুং বৰগোঁহাই


2/ অসমৰ কোনখন চহৰত একমাত্র আই
আই টি খন অৱস্থিত?
(ক) গুৱাহাটী
(খ) শিলচৰ
(গ) তিনিচুকীয়া
(ঘ) তেজপুৰ
Ans-(ক) গুৱাহাটী

3/ অসম বিশ্ববিদ্যালয় ক'ত অবস্থিত?
(ক) গুৱাহাটী
(খ) শিলচৰ
(গ) তিনিচুকীয়া
(ঘ) তেজপুৰ
Ans-(খ) শিলচৰ

4/ অম্বুবাচীৰ অর্থ কি?
(ক) বৰুণ দেৱৰতাৰ আশীর্বাদ
(খ) মা কামাখ্যাৰ নিবৃত্তি
(গ) বৃষ্টিপাত
(ঘ) শিৱ-কামাখ্যাৰ বিবাহ
Ans-(গ) বৃষ্টিপাত

5/ অসমৰ প্রথম মহিলা এ চি এছ বিষয়া হল
(ক) পাৰুল দাস।
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী
Ans-(খ) শুচিব্রতা ৰায়চৌধুৰী

6/ শুৱালকুছি কিয় বিখ্যাত?
(ক) তীখা উদ্যোগত।
(খ) পাট-মুগা উদ্যোগত
(গ) কপাহ উদ্যোগত
(ঘ) চামৰা উদ্যোগত।
Ans-(খ) পাট-মুগা উদ্যোগত


7/ অসমৰ প্রথম কমিনিউটি ৰেডিঅ'আৰম্ভ
কৰিছিল,
(ক) গুৱাহাটী বিশ্ববিদ্যালয়ে
(খ) অসম বিশ্ববিদ্যালয়ে
(গ) ডিব্রুগড় বিশ্ববিদ্যালয়ে
(ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে
Ans-(ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে


8/ হস্তী বিদ্যার্ণৱৰ লেখক কোন আছিল?
(ক) সুকুমাৰ বৰকাইথ
(খ) হৰিদেৱ
(গ) মাধৱদেৱ
(ঘ) ভাস্কৰবার্মা
Ans-(ক) সুকুমাৰ বৰকাইথ


9/ ছৈয়দ শ্বাহ মিলানৰ অসমত জনপ্রিয় নাম কি আছিল?
(ক) মাধৱদেৱ
(খ) নাছিরুদ্দিন।
(গ) আজানফকিৰ
(ঘ) জোনাব
Ans-(গ) আজানফকিৰ


10/ প্রাচীন অসমৰ প্ৰথম ৰজাজন আছিল-
(ক) ঘটকাসুৰ
(খ) মহীৰঙ্গ দানৱ
(গ) নৰনাৰায়ন
(ঘ)নৰকাসুৰ
Ans-(খ) মহীৰঙ্গ দানৱ


11/ ছাৰ ছাদুল্লাৰ মন্ত্রীসভা কেতিয়া গঠন হৈছিল?
(ক) ১৯৫১ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৩৭ চনত
(ঘ) ১৯৪৭ চনত
Ans-(গ) ১৯৩৭ চনত


12/ ডিমাপুৰ ক'ৰ ৰাজধানী আছিল?
(ক) কছাৰীৰজাৰ
(খ) আহােম স্বৰ্গদেউৰ
(গ) চুতীয়া ৰজাৰ
(ঘ) ভূঞাসকলৰ
Ans-(ক) কছাৰীৰজাৰ



13/ চুহুংমুঙে কি পদৱীৰ সৃষ্টিকৰিছিল?
(ক)বৰগােহাঁই।
(খ) বৰফুকন
(গ) বুঢ়াগােহাঁই
(ঘ) আত্ন গােহাঁই
Ans-(ক)বৰগােহাঁই


14/ পৌৰাণিক অসমত প্রধান শস্য কি আছিল?
(ক) ঘেঁহু
(খ) বালি
(গ) ধান
(ঘ) কম
Ans-(গ) ধান