Related post
1/ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম-
(ক) অসম বুৰঞ্জী
(খ) প্রাগজ্যোতিষ বুৰঞ্জী
(গ) ভাৰত বুৰঞ্জী
(ঘ) অসমীয়া সাহিত্যৰ বুৰঞ্জী
Ans:- (ঘ) অসমীয়া সাহিত্যৰ বুৰঞ্জী
2/ ভাৰতীয় আর্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পর্ক আছে—
(ক) আছে-
(খ) নাই
(গ) ওপৰৰ এটাও নহয়
(ঘ) ওপৰৰ তিনিওটা হয়।
Ans:-(ক) আছে-
3/ বুদ্ধই প্ৰথমবাৰৰ বাবে ক’ত ধর্মোপদেশ দিছিল?
(ক) বৌদ্ধ গয়া
(খ) সাৰনাথ
(গ) মধুবাণী
(ঘ) বৈশালী
Ans:- (খ) সাৰনাথ
4/জৈন ধর্ম প্রধানকৈ বিয়পা লােকসকল হ’ল—
(ক) যুজাৰু শ্রেণী
(খ) পুৰােহিত শ্রেণী
(গ) বেপাৰী শ্রেণী
(ঘ) শূদ্র শ্রেণী
Ans:-(গ) বেপাৰী শ্রেণী
5/ অসমীয়া প্রথম সংবাদ বা আলােচনী কাকত—
(ক) অৰুণােদয়
(খ) ৰামধেনু
(গ) আবাহন।
(ঘ) বাহী
Ans:- (ক) অৰুণােদয়
6/ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্প সংকলনখন হ’ল—
(ক) সুৰভী
(খ) জোনবিৰি
(গ) বুঢ়ী আইৰ সাধু
(ঘ) লুতুমাই
Ans:- (ক) সুৰভী
7/ জানাকী কাকতৰ প্রথম সম্পাদক
(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) জ্যোতিপ্ৰসাদ আগৰৱালা।
(গ) বিষ্ণুৰাভা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
Ans:- (ক) চন্দ্ৰকুমাৰ আগৰৱালা
8/ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া ?
(ক) অষ্টম শতিকা
(খ) নৱম-দশম শতিকা
(গ) একাদশ-দ্বাদশ শতিকা।
(ঘ) উনবিংশ শতিকা
Ans:- (খ) নৱম-দশম শতিকা
9/ অসম নামটো লিখিত ৰূপত প্রচলন হয়—
(ক) ত্রয়ােদশ শতিকাৰ পৰা
(খ) একবিংশ শতিকাৰ পৰা
(গ) উনবিংশ শতিকাৰ পৰা
(ঘ) পঞ্চদশ শতিকাৰ পৰা
Ans:- (ঘ) পঞ্চদশ শতিকাৰ পৰা
10/ অসমীয়া ভাষাৰ প্রাচীনতম নিদর্শন
(ক) চর্যাপদ
(খ) বৰগীত
(গ) চিত্রশিল্প
(ঘ) শ্রীকৃষ্ণ কীৰ্ত্তন
Ans:- (ক) চর্যাপদ
11/ আৰ্যসকলৰ পৰিয়াল আছিল—
(ক) পিতৃ প্রধান
(খ) মাতৃ প্রধান।
(গ) যৌথ পৰিয়াল
(ঘ) একক পৰিয়াল
Ans:- (ক) পিতৃ প্রধান
12/ আৰ্যসকলৰ অৰ্থনীতিত প্রধান ব্যৱসায়সমূহ আদান-প্রদান কৰা মূল্যৰ
একক আছিল—
(খ) মােহৰ
(খ) গৰু
(গ) মুদ্রা
(ঘ) ঘোঁৰা
Ans:- (খ) গৰু
NEXT>>
0 Comments
Post a Comment