Assam police constable AB UB Question answers in Assamese Language | Assam police ab ub previous question  paper  2021 |

 Assam police ab ub GK in Assamese language | Assam police constable question answer in Assamese language | Assam police ab ub question paper | | Assam police ab ub question answer | 

We provide Assam Police Constable AB UB, APRO, SI ASI etc. Exam 2021 Free Question and Answers in assamese language.










Assam Police Constable AB UB Question Answers in Assamese Language | Assam police Ab ub previous question Paper  2021

                  ASSAMESE GK


1/ অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম-


(ক) অসম বুৰঞ্জী

​(খ) প্রাগজ্যোতিষ বুৰঞ্জী

(গ) ভাৰত বুৰঞ্জী

(ঘ) অসমীয়া সাহিত্যৰ বুৰঞ্জী

Ans:- (ঘ) অসমীয়া সাহিত্যৰ বুৰঞ্জী


2/ ভাৰতীয় আর্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পর্ক আছে—

(ক) আছে-

(খ) নাই

(গ) ওপৰৰ এটাও নহয় 

(ঘ) ওপৰৰ তিনিওটা হয়।

Ans:-(ক) আছে-

 

3/ বুদ্ধই প্ৰথমবাৰৰ বাবে ক’ত ধর্মোপদেশ দিছিল?


(ক) বৌদ্ধ গয়া

(খ) সাৰনাথ

(গ) মধুবাণী

(ঘ) বৈশালী

Ans:- (খ) সাৰনাথ


4/জৈন ধর্ম প্রধানকৈ বিয়পা লােকসকল হ’ল—


(ক) যুজাৰু শ্রেণী

(খ) পুৰােহিত শ্রেণী

(গ) বেপাৰী শ্রেণী

(ঘ) শূদ্র শ্রেণী

Ans:-(গ) বেপাৰী শ্রেণী


5/ অসমীয়া প্রথম সংবাদ বা আলােচনী কাকত—


(ক) অৰুণােদয়

(খ) ৰামধেনু

(গ) আবাহন।

(ঘ) বাহী

Ans:- (ক) অৰুণােদয়


6/ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্প সংকলনখন হ’ল—


(ক) সুৰভী

(খ) জোনবিৰি

(গ) বুঢ়ী আইৰ সাধু

(ঘ) লুতুমাই

Ans:- (ক) সুৰভী


7/ ​জানাকী কাকতৰ প্রথম সম্পাদক


(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) জ্যোতিপ্ৰসাদ আগৰৱালা।

(গ) বিষ্ণুৰাভা

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা

Ans:- (ক) চন্দ্ৰকুমাৰ আগৰৱালা


8/ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া ?


(ক) অষ্টম শতিকা

(খ) নৱম-দশম শতিকা

(গ) একাদশ-দ্বাদশ শতিকা। 

(ঘ) উনবিংশ শতিকা

Ans:- (খ) নৱম-দশম শতিকা


9/ অসম নামটো লিখিত ৰূপত প্রচলন হয়—


(ক) ত্রয়ােদশ শতিকাৰ পৰা 

(খ) একবিংশ শতিকাৰ পৰা

(গ) উনবিংশ শতিকাৰ পৰা 

(ঘ) পঞ্চদশ শতিকাৰ পৰা

Ans:- (ঘ) পঞ্চদশ শতিকাৰ পৰা


10/ অসমীয়া ভাষাৰ প্রাচীনতম নিদর্শন


(ক) চর্যাপদ

(খ) বৰগীত

(গ) চিত্রশিল্প

(ঘ) শ্রীকৃষ্ণ কীৰ্ত্তন

Ans:- (ক) চর্যাপদ


11/ আৰ্যসকলৰ পৰিয়াল আছিল—


(ক) পিতৃ প্রধান

(খ) মাতৃ প্রধান।

(গ) যৌথ পৰিয়াল

(ঘ) একক পৰিয়াল

Ans:- (ক) পিতৃ প্রধান


12/ আৰ্যসকলৰ অৰ্থনীতিত প্রধান ব্যৱসায়সমূহ আদান-প্রদান কৰা মূল্যৰ

একক আছিল—


(খ) মােহৰ

(খ) গৰু

(গ) মুদ্রা

(ঘ) ঘোঁৰা

Ans:- (খ) গৰু



 NEXT>>