Assam police constable & SI GK Question and answers in assamese language  

Assam police most important question and answers in assamese language | Assam police gk question answer in assamese language | assam police Constable & SI Top 25 GK question and answers in assamese language | Assam police constable ab ub gk question answer in assamese 


Assam police Constable Ab ub& SI TOP  25   GK Question and Answers in Assamese language 

Q 1.  প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি ? 
(ক) অসম বাতৰি     
(খ) অৰুনোদই 
(গ) আছাম নিউজ
(ঘ) দৈনিক বাতৰি 
Answer:- অৰুনোদই ।

Q 2.অসমৰ পুৰনি তেল শোধনাগাৰ কোনটো
(ক) ডিগবৈ 
(খ) লিডো
(গ) মাঘেৰিতা
(ঘ) নুনমাটি  
Answer:-মাঘেৰিতা ।

Q 3. অসমত কিমান চনত ইয়াণ্ডাবু সন্ধি স্হাপন কৰিছিল ?
(ক) ১৮২০ চনৰ ৩ জানুৱাৰী
(খ)১৮২৮ চনৰ ১০ জাধুৱাৰী 
(গ) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী
(ঘ) ১৮২৯ চনৰ ২৩ ফেব্ৰুৱাৰী
Answer:- গ) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ।

Q 4. 'শৰাইঘাটৰ ৰন'  কিমান চনত সংঘটিত হৈছিল ?
(ক) ১৬৭০ চনত
(খ)১৬৮০ চনত
(গ) ১৬৭১ চনত
(ঘ) ১৬৯০ চনত
Answer:-(গ) ১৬৭১ চনত ।

Q 5. কিমান চনত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি  দিয়া হৈছিল ?
(ক) ১৯৪০ চনত
(খ)১৮৫৮ চনত
(গ) ১৬৭১ চনত
(ঘ) ১৬৯০ চনত
Answer:-(খ) ১৮৫৮ চনত ।

(ক) আহোম আৰু মোগলৰ মাজত 
(খ) কোচ আৰু মোগলৰ মাজত 
(গ) পাল বংশ আৰু চুতিয়া বংশ মাজত 
(ঘ)  ওপৰৰ এটাও নহয় 
Answer:-(ক) আহোম আৰু মোগলৰ মাজত

Q 7. আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি ?
(ক) নৰনাৰয়ণ
(খ) চুকাফা
(গ) শিৱসিংহ
(ঘ) ৰুদ্ৰসিংহ
Answer:- (খ) চুকাফা

Q 8. কোচ ৰাজ্য প্ৰতিস্থাপক কোন আছিল ?
(ক) নৰনাৰয়ণ
(খ) বিশ্বসিংহ 
(গ) শিৱসিংহ
(ঘ) ৰুদ্ৰসিংহ
Answe:-(ক) নৰনাৰয়ণ ।

Q 9. কামাখ্যা মন্দিৰটো কোনে পোনৰ নি´মান কৰিছিল ।
(ক) চিলাৰাই
(খ) নৰনৰায়ন 
(গ) শিৱসিংহ
(ঘ) ৰুদ্ৰসিংহ
Answer:-(খ) নৰনৰায়ন ।

Q 10. প্ৰাচিন কামৰুপৰ ৰাজধানী কত আছিল ।
(ক) তেজপুৰ
(খ) যোৰহাত
(গ) শিৱসাগৰ
(ঘ) উওৰ গুৱাহাটী
Anser:- (ঘ) উওৰ গুৱাহাটী 
Assam police constable & SI GK Question and answers in assamese language  


Q 11. হাতী দাঁত  আৰু কাথৰ শিল্পৰ বাবে কোনখন চহৰ  বিখ্যাত----
ক) নগাঁও
(খ) নলবাৰি
(গ)বৰপেটা
(ঘ) গুৱাহাটী
Anser:- (গ)বৰপেটা

Q 12. অসমৰ ৰোমান্টিক চহৰ হিচাপে কোনখন চহৰক জনা যায়----
(ক) তেজপুৰ
(খ) নগাঁও
(গ) শিৱসাগৰ
(ঘ) উওৰ গুৱাহাটী
Answer:- (ক) তেজপুৰ ।

Q 13. অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায়----
(ক) গুৱাহাটী
(খ) মৰান
(গ) নলবাৰী
(ঘ) শিৱসাগৰ
Answer:- (গ) নলবাৰী।

Q 14. নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত----
(ক) চিএাচাল পাহাৰ 
(খ) নীলাচল পাহাৰ
(গ) কালা পাহাৰ
(ঘ) সূ´য্য পাহাৰ
Answer:- (ক) চিএাচাল পাহাৰ 

Q 15. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হয়------
(ক) ১৯৪০ চনত
(খ)১৯১৭ চনত
(গ) ১৬৭১ চনত
(ঘ) ১৬৯০ চনত
Answer:- (খ)১৯১৭ চনত ।

Q 16. অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?
(ক) মানস ৰাষ্ট্ৰীয় উদ্যান
(খ) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
(গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

Q 17. অসমৰ কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল ?
(ক) ১৯৫০ চনত
(খ)১৯১৭ চনত
(গ) ১৬৭১ চনত
(ঘ) ১৯৬৯ চনত
Answer:- (ঘ) ১৯৬৯ চনত ।

Q 18. অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি আছিল ?
(ক) গুৱাহাটী বিশ্ববিদ্যালয় 
(খ)ডিব্ৰুগৰ বিশ্ববিদ্যালয়
(গ) অসম বিশ্ববিদ্যালয়
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (ক) গুৱাহাটী বিশ্ববিদ্যালয় ।

Q 19. প্ৰথম শিশু উপন্যাসখন কোনে ৰচনা কৰিছিল ?
(ক) হৰগোবিন্দ শ´মা
(খ) যতীন্দ্ৰ নাথ দুৱৰা 
(গ) চন্দ্ৰ কুমাৰ আগৰৱালা 
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (ক) হৰগোবিন্দ শ´মা ।

Q 20. প্ৰথম অসমীয়া নাটক কোনখন আছিল ।
(ক) বনফুল
(খ)বীণবৰাগী 
(গ) পাতালপুৰী
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (খ)বীণবৰাগী

Q 21. কথা কবিতা ৰচক কোন ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা 
(খ) চন্দ্ৰ কুমাৰ আগৰৱালা 
(গ) যতীন্দ্ৰ নাথ দুৱৰা 
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (গ)  যতীন্দ্ৰ নাথ দুৱৰা 

Q 22. অসমৰ 'উপন্যাস সম্ৰাত বুলি কোনজন সাহিত্যিকক জনা যায় ।
(ক) ৰজনীকান্ত বৰদলৈ 
(খ) চন্দ্ৰ কুমাৰ আগৰৱালা 
(গ) যতীন্দ্ৰ নাথ দুৱৰা 
(ঘ) ওপৰৰ এটাও নহয় 
Answer:- (ক) ৰজনীকান্ত বৰদলৈ 

Q 23. অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? 
(ক) ১৯৪০ চনত
(খ)১৯১৭ চনত
(গ) ১৬৭১ চনত
(ঘ) ১৯৪৮ চনত
Answer:- (ঘ) ১৯৪৮ চনত

Q 24. প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল ?
(ক) ১৯২০ চনত
(খ)১৯১৭ চনত
(গ) ১৯৩৫ চনত
(ঘ) ১৯৪৮ চনত
Answer:- (গ) ১৯৩৫ চনত ।

Q 25. অসমত প্ৰথম দূৰদশ´ন কেন্দ্ৰ কিমান চনত স্থাপন হৈছিল ? 
(ক) ১৯৯০ চনত
(খ)১৯১৭ চনত
(গ) ১৯৩৫ চনত
(ঘ) ১৯৮৫ চনত
Answer:- (ঘ) ১৯৮৫ চনত 
Q 6. শৰাইঘাটৰ ৰন কাৰ কাৰ মাজত হৈছিল ?