Showing posts from December, 2023Show all

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

Q/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ? Answer:- অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল চৈয়দ আনোৱাৰ টামুৰ ! তেওঁ 1980 চনৰ 6 December পৰা 1981 চনৰ 30 Jun লৈকে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীৰ আছিল !

Read more

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল | স্বাধীন অসমৰ প্ৰথম মুখ্য মন্ত্ৰী কোন আছিল

Q/  অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ? Answer:- স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ ! তেওঁ ১৮৯০ চনৰ পৰা ১৯৫০ চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈছিল!

Read more